ETV Bharat / state

প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী উপস্থিত হোৱা দিনটোত বন্ধ থাকিব বিটিআৰ : অবড়ো সুৰক্ষা সমিতি - অবড়ো সুৰক্ষা সমিতি

বঙাইগাঁৱত সংবাদমেল পাতি বিটিআৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ঘোষনা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ ৷

Bongaigaon Abodo suraksha samity press meet
প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী উপস্থিত হোৱা দিনটোত বন্ধ থাকিব বিটিআৰ : অবড়ো সুৰক্ষা সমিতি
author img

By

Published : Jan 31, 2020, 7:26 PM IST

বঙাইগাঁও, 31 ডিচেম্বৰ: অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে বঙাইগাঁও প্ৰেচক্লাৱত বুধবাৰে এক সংবাদ মেলৰ জৰিয়তে তৃতীয় বড়ো চুক্তিৰ লগতে বিটিআৰৰ বিৰোধিতা কৰে । সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰমে কয় যে বিটিচিৰ ৭৩ শতাংশ লোকৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় ভাৱে শান্তিচুক্তিৰ নামত বিটিআৰৰ গঠন কৰিলে । য'ত ২৩ শতাংশ বড়োৰ অধিকাৰ ৰক্ষাৰ বাবে ৭৩ শতাংশ অবড়োৰ সকলো অধিকাৰ নস্যাৎ কৰিলে । সেয়ে বিটিআৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ঘোষনা কৰে ।

বিটিআৰ বিৰুদ্ধে অবড়ো সুৰক্ষা সমিতিয়ে ঘোষনা কৰা কাৰ্যসূচী হৈছে- দেশৰ ৰাজধানী নতুন দিল্লীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট, দিছপুৰ চলো কাৰ্যসূচী, ইতিমধ্যে ২৮ জানুৱাৰীৰ পৰা গাঁওচলো কাৰ্যসূচী চলি আছে, অহা ৭ ফেব্ৰুৱাৰী বিটিআৰৰ বিজয় উৎসৱত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত থকাৰ দিনটোত ৰাতিপুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া বিটিআৰ বন্ধ, ১০ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিখন জিলাত অভিৱৰ্তন, ১২ ফেব্ৰুৱাৰীৰ পৰা জিলা, আঞ্চলিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী লৈ বিটিআৰৰ বিৰুদ্ধে স্মাৰক প্ৰদান কৰিব ৷

প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী উপস্থিত হোৱা দিনটোত বন্ধ থাকিব বিটিআৰ : অবড়ো সুৰক্ষা সমিতি

সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰম, সম্পাদক মাধৱ ৰাজবংশী, মুখপাত্ৰ পংকজ দাস, মুখ‍্য উপদেষ্টা ৰফিক আহমেদ লগতে ৭ খন জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । মুখ‍্য উপদেষ্টা ৰফিক আহমেদে কয় যে, বিটিআৰ চুক্তি স্বাক্ষৰ কৰা ২৭ জানুৱাৰীৰ দিনটো ক'লা দিন হিচাবে চিহ্নিত থাকিব । সংবাদমেলত সম্পাদক মাধৱ ৰাজবংশীয়ে কয় যে পৰিষদ সমূহৰ বিধান পৰিষদৰ আসন সৰ্বোচ্চ ৪০ খন কিন্ত বিটিআৰত এটা ৰাজ‍্যৰ দৰে সৰ্ব্ব নিম্ন ৬০ খন আসন কৰি ভৱিষ্যতে ৰাজ‍্য গঠনৰ সুবিধা কৰি ৰাখিলে ।

লগতে পঢ়ক:বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই

Intro:বঙাইগাঁওত অবড়ো সুৰক্ষা সমিতিৰ সংবাদ মেল । বড়ো শান্তিচুক্তিৰ জৰিয়তে বিটিআৰ গঠনৰ তিব্ৰ বিৰোধিতা । আন্দোলনৰ কাৰ্য‍্যসুচি ঘোষনা ।

Body:অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে আজি বঙাইগাঁও প্ৰেচক্লাৱত আজি এক সংবাদ মেলৰ জড়িয়তে তৃতীয় বড়ো চুক্তিৰ বিৰোধিতা কৰাৰ লগতে বিটিআৰৰ বিৰোধিতা কৰে । সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰমে কয় যে বিটিচিৰ ৭৩ শতাংশ লোকক অন্ধকাৰত ৰাখি বিটিচিৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় ভাৱে শান্তিচুক্তিৰ নামত বিটিআৰৰ গঠন কৰিলে । যত ২৩ শতাংশ বড়োৰ অধিকাৰ ৰক্ষাৰ বাবে ৭৩ শতাংশ অবড়োৰ সকলো অধিকাৰ নস‍্যাত কৰিলে । সেয়ে বিটি আৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ঘোষনা কৰে । দেশৰ ৰাজধানী নতুন দিল্লীত অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট,দিছপুৰ চলো কাৰ্যসুচি,২৮ জানুৱাৰীৰ পৰা গাঁওচলো কাৰ্যসুচি চলি আছে,অহা ৭ ফেব্ৰুৱাৰী বিটিআৰৰ বিজয় উৎসৱত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত থকাৰ দিনটোত ৰাতিপুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া বিটিআৰ বন্ধ,১০ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিজিলাত অভিৱৰ্তন,১২ ফেব্ৰুৱাৰীৰ পৰা জিলা,আঞ্চলিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী লৈ বিটিআৰৰ বিৰুদ্ধে স্মাৰক প্ৰদান কৰিব।

বাইট : পঙ্কজ দাস, মুখপাত্ৰ অবড়ো সুৰক্ষা সমিতি ।

Conclusion:অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰম,সম্পাদক মাধৱ ৰাজবংশী, মুখপাত্ৰ পঙ্কজ দাস, মুখ‍্য উপদেষ্টা ৰফিক আহমেদ লগতে সংবাদ মেলত ৭ খন জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । মুখ‍্য উপদেষ্টা ৰফিক আহমেদে কয় যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰা ২৭ জানুৱাৰীৰ দিনটো কলা দিন হিচাবে চিহ্নিত থাকিব। সংবাদমেলত সম্পাদক মাধৱ ৰাজবংশীয়ে কয় যে পৰিষদ সমূহৰ বিধান পৰিষদৰ আসন সৰ্বোচ্চ ৪০ খন কিন্ত বিটিআৰত এটা ৰাজ‍্যৰ দৰে সৰ্ব্ব নিম্ন ৬০ খন আসন কৰি ভৱিষ্যতে ৰাজ‍্য গঠনৰ সুবিধা কৰি ৰাখিলে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.