ETV Bharat / state

বঙাইগাঁৱত মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই - দেশী-বিদেশী চৰাই

নিজৰ বগৰী খেতি ৰক্ষাৰ স্বাৰ্থত, জাল পাতি থোৱাৰ ফলত সেই জালত লাগি মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই ৷ বঙাইগাঁৱৰ অন্তৰ্গত টেঙাইগাঁৱৰ দেৱদাস সিংহ নামৰ লোকজনৰ এই কাৰ্যক বন্যপ্ৰাণী আইন বিৰোধী কাৰ্য হিচাপে আখ্যা দিছে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে ৷

বঙাইগাঁৱত মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই

author img

By

Published : Feb 20, 2020, 8:24 PM IST

বঙাইগাঁও, 20 ফেব্ৰুৱাৰীঃ যিসময়ত অসমলৈ আগমণ ঘটে শ শ পৰিভ্ৰমী চৰাইৰ, তেনে সময়তে বঙাইগাঁৱৰ অন্তৰ্গত টেঙাইগাঁৱৰ দেৱদাস সিংহ নামৰ লোকজনে, নিজৰ বগৰী খেতি ৰক্ষাৰ স্বাৰ্থত, জাল পাতি থোৱাৰ ফলত সেই জালত লাগি, কৰুণ মৃত্যুক সাৱটিছে শ শ চৰাইয়ে ৷ দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃতদেহ সমূহ উলমি ৰৈছে সেই জালত ৷ কিন্তু অলপো যেন আক্ষেপ নাই লোকগৰাকীৰ ৷

বঙাইগাঁৱত মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই

লোকজনৰ এই কাৰ্যক বন্যপ্ৰাণী আইন বিৰোধী কাৰ্য হিচাপে আখ্যা দিছে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে ৷ যিটোক অতি নিকৃষ্ট বুলি কয় প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ তেওঁৰ আহ্বান দেৱদাস সিংহ নামৰ লোকগৰাকীয়ে যাতে তেওঁৰ খেতিত এনেধৰণৰ জাল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, সাধাৰণ জাল ব্যৱহাৰ কৰে ৷

লগতে পঢ়কঃ চীনত কৰ’ণা ভাইৰাছৰ আতংকত প্ৰায় 2000 লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.