বঙাইগাওঁ, 29 নৱেম্বৰঃ শুকুৰবাৰে বঙাইগাঁৱত এক অনন্য ৰূপত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক ৷ বঙাইগাঁৱত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত বুলেট চলালে অভিনেত্ৰী অমৃতাই ৷ অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া “প্ৰতিঘাত” ছবিখনৰ প্ৰচাৰ চলাবৰ বাবে বঙাইগাওঁত উপস্থিত হয় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলী ৷ অমৃতাৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী,অভিনেত্ৰী জ্বলী লস্কৰ,গায়ক দিক্ষুয়ে অংশ লয় এই প্ৰচাৰ অভিযানত ৷
বঙাইগাঁৱত বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ - জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ
বঙাইগাঁৱত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত বুলেট চলালে অভিনেত্ৰী অমৃতাই ৷ অহা ৬ ডিচেম্বৰত মুক্তিপাবলগীয়া “প্ৰতিঘাত” ছবিখনৰ প্ৰচাৰ চলাবৰ বাবে বঙাইগাওঁত উপস্থিত হয় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলী ৷
![বঙাইগাঁৱত বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ amrita gogoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5216737-thumbnail-3x2-a.jpg?imwidth=3840)
জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ
বঙাইগাওঁ, 29 নৱেম্বৰঃ শুকুৰবাৰে বঙাইগাঁৱত এক অনন্য ৰূপত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক ৷ বঙাইগাঁৱত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত বুলেট চলালে অভিনেত্ৰী অমৃতাই ৷ অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া “প্ৰতিঘাত” ছবিখনৰ প্ৰচাৰ চলাবৰ বাবে বঙাইগাওঁত উপস্থিত হয় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলী ৷ অমৃতাৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী,অভিনেত্ৰী জ্বলী লস্কৰ,গায়ক দিক্ষুয়ে অংশ লয় এই প্ৰচাৰ অভিযানত ৷
বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ

Intro:বঙাইগাঁওত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত অভিনেত্ৰী অমৃতাই চলালে বুলেট । ৰাইজৰ বিপুল সঁহাৰি ।
Body:আজি এক অনন্য ৰূপত দেখা গ’ল অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক ৷ এইবাৰ বাইকাৰ্ছৰ ৰূপত দেখা গ’ল অমৃতাক ৷ বঙাইগাঁওৰ ৰাজপথত আজি এই ৰূপত দেখা গ’ল অভিনেত্ৰী গৰাকিক ৷ আজি বঙাইগাঁওত অহা ৬ ডিচেম্বৰত মুক্তিপাবলগীয়া “প্ৰতিঘাত” ছৱিখনৰ প্ৰচাৰ চলায় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলীয়ে ৷ অমৃতাৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী, অভিনেত্ৰী জ্বলী লস্কৰ, গায়ক দিক্ষুই প্ৰচাৰ অভিযানত অংশ লয় ৷ সাংবাদিকৰ স’তে কথা বতৰা অমৃতাই সকলোকে প্ৰতিঘাত উপভোগৰ বাবে অনুৰোধ জনায় ৷ ছৱিখনত দৰ্শৰকে নতুনত্ব পাব বুলিও জনায় অমৃতাই ৷
বাইট দিলো কেবাটাও ।
Conclusion:আনহাতে কণ্ঠশিল্পী দিক্ষুৱে অসমীয়া ছৱিজগতলৈ সুদিন অহাত সুখী অনুভৱ কৰাৰ লগতে অসমৰ বিভিন্ন ঠাইত ছৱিগৃহৰ অভাৱ অনুভৱ কৰি চৰকাৰক ছৱিগৃহ নিৰ্মাণৰ বাবে অনুৰোধ জনায় ৷ দিক্ষুৱে ছৱিখনৰ গীতো পৰিৱেশন কৰে ৷ ইপিনে বঙাইগাঁও জিলাৰ বিভিন্ন বাইকাৰ্ছ ক্লাৱৰ সহযোগত ছৱিখনৰ প্ৰচাৰৰ বাবে এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷ বাইক ৰেলীত অমৃতা গগৈয়ে বুলেট চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।