ETV Bharat / state

অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস - অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস

অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৷

অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস
author img

By

Published : Aug 23, 2019, 3:28 PM IST

অভয়াপুৰী,23আগষ্টঃ বৃহস্পতিবাৰে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন কৰা হয় ৷ অধিনায়ক অজাগৰণ বসুমতাৰীয়ে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰাৰ পাচতে জোৱান সকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিনীৰ পথাৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ৷

অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস

অভয়াপুৰী,23আগষ্টঃ বৃহস্পতিবাৰে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন কৰা হয় ৷ অধিনায়ক অজাগৰণ বসুমতাৰীয়ে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰাৰ পাচতে জোৱান সকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিনীৰ পথাৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ৷

অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস
Intro:8th apbn Raising dayBody:Date 23.08.19
Slug- অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪তম প্ৰতিষ্ঠা দিৱস

Voice Over- আজি অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪তম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন কৰা হয় । অষ্টম অসম আৰক্ষী বাহিনীৰ চৌহদত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে বাহিনীটোৰ অধিনায়ক অজাগৰণ বসুমতাৰীয়ে । ইয়াৰ পিছতে জোৱান সকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিনীৰ পথাৰত নানা ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয় । অঞ্চলটোৰ বহু লোকে উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উপভোগ কৰে। সাংবাদিক সৈতে কথা বতৰাত অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক অজাগৰণ বসুমতাৰীয়ে সকলো ৰাইজকে আইন শৃংখলা বজাই ৰাখি দেশৰ উন্নতিত সহযোগিতা কৰিবলৈ অনুুুৰোধ জনায়।
Byte- অজাগৰণ বসুমতাৰী, অধিনায়ক
অষ্টম অসম আৰক্ষী বাহিনী
Regards
Unfamiliar Das
News Contributor
ETV BHARAT ASSAM
Abhayapuri SouthConclusion:Visual 1
Byte 1
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.