ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 28, 2022, 9:09 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Condolence to actor Nipan Goswami Death: মহানায়কক হেৰুৱাই শোকস্তব্ধ সাংস্কৃতিক মহল

ৰাজ্যবাসীক কন্দুৱাই বৃহস্পতিবাৰে স্বৰ্গগামী হ'ল অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী (Veteran Actor Nipon Goswami is no more)। প্ৰিয় অভিনেতাগৰাকীক হেৰুৱাই মৰ্মাহত হৈছে অসমবাসী । সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে ।

Veteran actor Nipon Goswami passes away: অতীতৰ মধুৰ পৃষ্ঠা ৰোমন্থন কৰি আবেগিক জুবিন গাৰ্গ

‘‘মামাৰ এনেকুৱা কিবা এটা হ’ব বুলি ভবা নাছিলো ৷ এই বাতৰি দুভাগ্যজনক’’ । অসমৰ চলচিত্ৰ জগতৰ অন্যতম উজ্বল নক্ষত্ৰ নিপন গোস্বামীৰ নশ্বৰ দেহৰ কাষত থিয় হৈ সংবাদ মাধ্যমক আগত এই মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে । অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহগৰাকীৰ সৈতে অতীতৰ মধুৰ পৃষ্ঠা ৰোমন্থন কৰি আবেগিক হৈ পৰিল কণ্ঠশিল্পী জুবিন গাৰ্গ ৷

Actor Nipon Goswami is no more : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ শোক প্ৰকাশ

আজি অসমবাসীয়ে কান্দিছে ৷ কিয়নো অসমীয়া সমাজ জীৱনৰ উজ্বল নক্ষত্ৰটো খহি পৰিল ৷ অসমীয়া ছবি জগতৰ মহীৰূহ স্বৰূপ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত ৰাজ্যবাসী (Actor Nipon Goswami is no more) ৷ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ বিয়োগত কি সাংস্কৃতিক মহল, কি ৰাজনৈতিক মহল সকলোতে পৰিছে শোক ছাঁ ৷ প্ৰবীণ অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো শোক প্ৰকাশ কৰিছে (Bhabesh Kalita expresses condolences message on actor Nipon Goswami demise) ৷

Drugs seized in Karimganj : কৰিমগঞ্জত জব্দ কোটি টকাৰ ড্ৰাগছ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against narcotics in Assam) ৷ এইবাৰ কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ হৈছে কোটি টকাৰ ড্ৰাগছ ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, 48 টা চাবোনৰ বাকচত আছিল প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷

বিজেপিৰ সভাত ‘ভুলতে’ সোমোৱা শ্বেৰমানে আকৌ মুখ খুলিছে

আকৌ এবাৰ মুখ খুলিছে বিতৰ্কিত শ্বেৰমান আলী আহমেদ নামৰ নেতাজনে ৷ একমাত্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে বিধায়ক হৈ অহা শ্বেৰমান আলীৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ পমুৱা মুছলমানসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান পোৱা নাই ৷

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তি : শোকাচ্ছন্ন ওপজা চহৰ তেজপুৰ

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিৰ পিছতে তেওঁৰ ওপজা স্থান সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে ৷ স্মৃতি হৈ ৰ'ল নিপন গোস্বামীৰ তেজপুৰৰ কলিবাৰীৰ বিখ্যাত বাসগৃহ (Veteran actor Nipon Goswami dies) ৷

Miya museum controversy: মিঞা শব্দটো সন্মানসূচক শব্দ; সাংসদ দিলীপ শইকীয়া

অসমত কিন্তু মিঞা মিউজিয়াম হ’ব নোৱাৰে ৷ এইটো একদম ধ্ৰুৱসত্য কথা ৷ মিঞা মিউজিয়ামৰ জৰিয়তে আমাৰ যি অসমীয়া জাতীয় চেতনা, সংস্কৃতি সেইটো সমৃদ্ধ নহ’ব ৷ এইটোৱেই আমাৰ মাজত বিভাজন আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব ৷ মিঞা মিউজিয়াম সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ (MP Dilip Saikia On Miya Museum Controversy)৷

মাকুমত নগদ ধন আৰু নিচাজাতীয় সামগ্ৰীসহ ৫ সৰবৰাহকাৰী আটক

তিনিচুকীয়া জিলাৰ মাকুমত বৃহস্পতিবাৰে মাকুম লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজৰ সহযোগত 5 টা ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ধৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী কেইজনৰ পৰা কিছু পৰিমাণৰ ড্ৰাগছ, এটা চিৰিঞ্জ আৰু নগদ ৫০,০০০ হাজাৰ টকা পাবলৈ সক্ষম হয় (Five drugs peddler arrested at Makum) ৷

ধেমাজিত ১৫৭ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত মাটিৰ মূল্যমান প্ৰদান

ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু অসম-মালা আঁচনিৰ অধীনত ঢকুৱাখানাৰ পৰা তেলিজানলৈ নিৰ্মাণ কৰিবলৈ লোৱা পথচোৱাৰ বাবে মাটি অধিগ্ৰহণ কৰা লোকসকলৰ ক্ষতিপূৰণ প্ৰদান(157 affected families received land valuation) ৷ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিতৰণ কৰে ক্ষতিপূৰণৰ ধন ।

বোকাজানত উত্তপ্ত পৰিস্থিতি: ব্যৱসায়ী আৰু কৰ সংগ্ৰহ বিষয়াৰ মাজত হতাহতি

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৰ সংগ্ৰহৰ বাবে যোৱা একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা বোকাজানৰ শুকানজানত ব্যৱসায়ীসকল সৰৱ হৈ পৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (tense situation at Diphu)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.