ETV Bharat / state

বিহালীৰ ৰাজহুৱা স্থানত চেনিটাইজেছন - চেৰেলীয়া গাঁও পঞ্চায়ত

বিহালীৰ গাংমৌথান আৰু চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তর্গত কেইবাটাও ৰাজহুৱা স্থানত চেনিটাইজেছন ৷

বিহালীৰ ৰাজহুৱা স্থানত চেনিটাইজেছন
বিহালীৰ ৰাজহুৱা স্থানত চেনিটাইজেছন
author img

By

Published : May 26, 2021, 2:23 PM IST

বিহালী,26 মে’: বিহালীত ক্ৰমবৰ্ধমান গতিত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সেয়ে অঞ্চলটোত সজাগ হৈ পৰিছে পঞ্চায়তৰ প্ৰতিনিধিসকল ৷ মঙলবাৰে বিহালীৰ গাংমৌথান পঞ্চায়তৰ অন্তর্গত পঞ্চায়ত কার্যালয়, গাংমৌথান চেন্টাৰ, ন'কনীয়া চেন্টাৰ, ভীমদঙা, বাঁহবাৰী আদিত গ্ৰহণ কৰা হয় চেনিটাইজেছনৰ কাৰ্যসূচী ৷ পঞ্চায়ত সভাপতি মুনীন্দ্ৰ দাস আৰু সচিব বিজু সুতাৰৰ তত্বাৱধানত এই কাৰ্য সম্পন্ন হয় ৷

Sanitization at various places of bihali assam etv bharat news
গাংমৌথান পঞ্চায়তৰ অধীনত চেনিটাইজেছন

আনহাতে চেৰেলীয়া গাঁও পঞ্চায়তৰ সভাপতি বিকু কেওঁটৰ নেতৃত্বত কেটেলা, চেৰেলীয়া, বিহালী চেন্টাৰ, শিৱ মন্দিৰ, স্থানীয় বিদ্যালয় আদিত চেনিটাইজেছন কৰা হয় ৷ তাৰোপৰি বেংগালুৰৰ পৰা বিহালীলৈ অহা ৬ জন যুৱকক চেৰেলীয়া প্ৰাথমিক বিদ্যালয়ত আছুতীয়াকৈ ৰাখি পঞ্চায়তৰ তৰফৰ পৰা খোৱা-বোৱাৰ যোগান ধৰা হয় ৷

লগতে চাওকঃ দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.