ETV Bharat / state

দহগৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও দলৰ কোনো ক্ষতি নহয় : ৰিপুন বৰা - দহগৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও দলৰ কোনো ক্ষতি নহয়

কংগ্ৰেছৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ দৰে দহগৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও কংগ্ৰেছৰ কোনো ক্ষতি নহয় । এই প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷

দহগৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও দলৰ কোনো ক্ষতি নহয়: ৰিপুন বৰা

author img

By

Published : Dec 18, 2020, 10:22 PM IST

বিশ্বনাথ, ১৭ ডিচেম্বৰ : গহপুৰৰ বিধানসভা সমষ্টি দক্ষিণৰ চৰ-চাপৰি অঞ্চলত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলায় । দুৰ্গম বাট পথ নেওচি বাঁহৰ সাঁকো পাৰ হৈ বাইকেৰে বাকৰি আৰু গোপাল জাৰণী অঞ্চলত পথ সভা সমূহত অংশ লয় বৰাই ।

দহগৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও দলৰ কোনো ক্ষতি নহয়: ৰিপুন বৰা

এই সময় ছোৱাতে ৰিপুন বৰাই কংগ্ৰেছৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ বিজেপিলৈ যোৱা প্ৰসংগত কয় যে, দহ গৰাকী অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ'লেও কংগ্ৰেছৰ কোনো ক্ষতি নহয় । বহু বাঘা বাঘা নেতাই কংগ্ৰেছ ত্যাগ কৰিছে কিন্তু কংগ্ৰেছ কংগ্ৰেছ হৈয়ে আছে । লগতে বৰাই কয় অজন্তা নেওগক দলে বহুত দিছে । তেওঁৰ স্বামীৰ আৰ্দশক বিৰ্সজন দি,কংগ্ৰেছক এক প্ৰকাৰৰ বিশ্বাসঘাতকতা কৰিছে ।

লগতে পঢ়ক : SI কেলেংকাৰীৰ ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল চিআইডিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.