ETV Bharat / state

বিশ্বনাথ আৰু চতিয়াত টিম ৰত্নাকৰ - পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

বিশ্বনাথ মহাবিদ্যালয় আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ছবিখনৰ প্ৰচাৰ চলালে টিম ৰত্নাকৰে ৷ প্ৰচাৰৰ লগতে বিশ্বনাথতে নিজৰ জন্মদিন উদযাপন কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷

বিশ্বনাথত টিম ৰত্নাকৰ
author img

By

Published : Sep 20, 2019, 8:13 PM IST

Updated : Sep 20, 2019, 9:35 PM IST

বিশ্বনাথ,20 ছেপ্টেম্বৰঃ ৰাজ্যৰ চৌদিশে এতিয়া প্ৰচাৰ চলিছে অসমীয়া চলচ্চিত্ৰ ৰত্নাকৰৰ ৷ বিশ্বনাথৰ বিশ্বনাথ মহাবিদ্যালয় আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত প্ৰচাৰ চলালে টিম ৰত্নাকৰে ৷ অসমীয়া কথাছবি “ৰত্নাকৰ”ৰ প্ৰচাৰৰ বাবে আজি বিশ্বনাথ মহাবিদ্যালয় আৰু পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হয় ছবিখনৰ পৰিচালক তথা অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়া সহ ছবিখনৰ কলা-কুশলীসকল ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছবিখনৰ প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ ইফালে দীনদয়াল আদৰ্শ মহাবিদ্যালয় ছাত্র ছাত্রী সকলে অভিনেত্ৰী বৰষাৰাণী জন্ম দিনৰ উপলক্ষে শুভেচ্ছা হিচাপে এটা কেক উপহাৰ দিয়ে । বিশ্বনাথতে কেক কাটি বৰষাৰাণীয়ে উদযাপন কৰে নিজৰ জন্মদিন ৷অসমীয়া ছবিৰ প্ৰিয় অভিনেতা অভিনেত্ৰী সকলক ওচৰত পাই উৎফুল্লিত হৈ পৰা দেখা গ'ল মহাবিদ্যালয় দুখনৰ খনৰ ছাত্ৰ-ছাত্ৰী সকলক । লগতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে টিম ৰত্নাকৰক ।

টিম ৰত্নাকৰ

Intro:as_biswanath_802_vis_20_seb_ratnakar_photo_scrpt_byte_as10018Body:as_biswanath_802_vis_20_seb_ratnakar_photo_scrpt_byte_as10018Conclusion:as_biswanath_802_vis_20_seb_ratnakar_photo_scrpt_byte_as10018

বিশ্বনাথত মহাবিদ্যালয় আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ৰত্নাকৰৰ প্ৰচাৰ

-অসমীয়া কথা ছৱি “ৰত্নাকৰ”ৰ প্ৰচাৰৰ বাবে আজি বিশ্বনাথ মহাবিদ্যালয় আৰু পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হয় । ছৱিখনৰ পৰিচালক ,অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়া সহ শিল্পী সকল ৷

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছৱিখনৰ প্ৰচাৰ চলোৱা বুলি মন্তৱ্য কৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷
ইফালে দীনদয়াল আদৰ্শ মহাবিদ্যালয় ছাত্র ছাত্রী সকলে অভিনেতী বৰষাৰাণী জন্ম দিনৰ উপলক্ষে শুভেচ্ছা হিচাপে এটা কেক উপহাৰ দিয়ে ।
ইফালে কেক কাটি বৰষাৰাণী য়ে জন্ম দিন উদযাপন কৰে অভিনেতী গৰাকীয়ে।

অসমীয়া ছৱিৰ প্ৰিয় অভিনেতা অভিনেত্ৰী সকলক ওচৰত পাই উৎফুল্লিত হৈ পৰা দেখা গ'ল মহাবিদ্যালয় দুখনৰ খনৰ ছাত্ৰ-ছাত্ৰী সকলক ।

লগতে "ৰত্নাকৰ" কথা ছৱিৰ অভিনেতা অভিনেত্ৰী সকল আৰু শিল্পীৰ দলটোক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।
ইফালে ভোলাগুৰি চাহ বাগিচাৰ সন্দৰ্ভত অভিনেতা যতীন বৰাই ও প্ৰকাশ কৰে প্ৰথম অসমীয়া ছবি নিৰ্মাণ স্থানৰ সমুহ সংৰক্ষণ ব্যৱস্থা কৰা কথা কয় ।

Byte - যতীন বৰা।
Byte - বৰষা ৰাণী বিষয়া।
byte _ ছাত্ৰী

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Sep 20, 2019, 9:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.