ETV Bharat / state

বিশ্বনাথত শিপিনীক তাঁতশালৰ বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

author img

By

Published : Sep 17, 2020, 5:52 AM IST

বিশ্বনাথ জিলাত ৯৩গৰাকী শিপিনীক তাঁতশালৰ লগতে ৪০ গৰাকী শিপিনীক তাঁতশালৰ সম্পূৰ্ণ সা-সামগ্ৰী বিতৰণ ৷ অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই বিতৰণ কৰে এই সামগ্ৰী সমূহ ৷

Hand loom Textile
Ranjit Dutta

বিশ্বনাথ ১৬ ছেপ্টেম্বৰ : বুধবাৰে অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ ক’লাপানীত উপস্থিত হৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ এইচ,চি,ডি,পি (2018-19)ৰ অধীনত শিপিনী সকলক বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে । বিশ্বনাথ জিলা হস্ততাঁত বস্ত্ৰশিল্প বিভাগীয় উচ্চপদস্থ বিষয়াৰ লগতে বিহালী কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিপিনী সকলৰ মাজত তাঁতশালৰ সামগ্ৰী বিতৰণ কৰে ।

বিশ্বনাথত শিপিনীক তাঁতশালৰ বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

এইচ,চি,ডি,পি আচঁনিৰ অধীনত বিহালী সমষ্টিৰ ৯৩গৰাকী শিপিনীক তাঁতশালৰ লগতে ৪০ গৰাকী শিপিনীক তাঁতশালৰ সম্পূৰ্ণ সা-সামগ্ৰী বিতৰণ কৰা লগতে আন ২০গৰাকী শিপিনীক জে কাৰ্ড প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে বিতৰণ অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "আত্মনিৰ্ভৰ ভাৰত"ৰ সপোন আৰু অসম চৰকাৰৰ "আত্মনিৰ্ভৰ অসম"ৰ কথা প্ৰকাশ কৰে ।
লগতে পঢ়ক : 'পথাৰ আমাৰ বজাৰ আমাৰ' ধাৰণাৰে এজন আদৰ্শ কৃষকৰ 30 বছৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.