ETV Bharat / state

চৰকাৰৰ প্ৰস্তাৱিত মেডিকেল কলেজক লৈ চতিয়াত ৰাজহুৱা সভা - চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা

চৰকাৰৰ প্ৰস্তাৱিত মেডিকেল কলেজৰ স্থানক লৈ চতিয়াত অনুষ্ঠিত হয় ৰাজহুৱা সভা ৷ উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷

public meeting held at sotia
চতিয়াত ৰাজহুৱা সভা
author img

By

Published : Dec 24, 2019, 9:45 AM IST

চতিয়া, 24 ডিচেম্বৰ : অসম চৰকাৰৰ কেবিনেটে বিশ্বনাথ জিলাত এখন মেডিকেল কলেজ স্থাপনৰ কথা শেহতীয়াকৈ লোৱা প্ৰস্তাৱৰ কথা ঘোষণা কৰে ৷ উক্ত বিষয়ত চৰ্চাৰ বাবে বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়া নাট্যভৱনত শতাধিক ৰাইজৰ উপস্থিতত অনুস্থিত হয় এখন ৰাজহুৱা সভা ৷ বিধায়ক পদ্ম হাজৰিকাই চতিয়াৰ স্বাধীনতা সেনানীৰ ত্যাগৰ কথা স্মৰণ কৰি চতিয়াৰ উন্নয়নৰ বাবে চলাই যোৱা প্ৰচেষ্টাক ৰাজহুৱা সভাত অৱগত কৰে ৷ লগতে বিগত বহু দশক ধৰি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত স্বনামধন্য ব্যক্তি সকলৰ প্ৰচেষ্টা ফলপ্ৰসূ নোহোৱাৰ বিষয়েও সভাত অৱগত কৰে বিধায়কজনে ৷

চতিয়াত ৰাজহুৱা সভা

চতিয়াৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰি চতিয়াবাসীৰ দাবীক সন্মান জনাই অসম চৰকাৰক মেডিকেল কলেজখন স্থাপনৰ দাবী কৰে ৷ সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও চতিয়াবাসী ৰাইজৰ দাবীক সন্মান জনায় আৰু মেডিকেল কলেজখন স্থাপনৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰে ৷

আৰু পঢ়ক : আপোনাৰ সহায়ে জীৱন দিব পাৰে কণমানি সমুদ্ৰক

Intro:চতিয়া,২৩ ডিচেম্বৰ:- অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ লোৱা প্ৰস্তাৱত বিশ্বনাথ জিলাত এখন মেডিকেল কলেজ স্হাপনৰ কথা ঘোষনা কৰাৰ এদিনৰ পাছতে বিশ্বনাথ জিলাৰ অন্তৰ্গত এসময়ৰ পূৱ ভৰলীৰ ঐতিহ্যপূৰ্ন স্হান চতিয়াত মেডিকেল কলেজ খন স্হাপনৰ দাবী সবল ৰূপত আত্মপ্ৰকাশ কৰে ৷ আজি চতিয়া নাট্যভৱনত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্হিতিত এখন ৰাজহুৱা সভা অনুস্হিত হয় ৷Body:চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মহেশ্বৰ পাঠকৰ সভাপতিত্বত প্ৰায় হাজাৰোধিক ৰাইজৰ উপস্হিতিত অনুস্হিত হোৱা ৰাজহুৱা সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়াৰ স্বাধীনতা সেনানী সকলৰ ত্যাগৰ কথা স্মৰণ কৰি চতিয়াৰ উন্নয়নৰ বাবে চলাই যোৱা প্ৰচেষ্টাক অৱগত কৰাৰ লগতে বিগত বহু কেইটা দশক জুৰি উন্নয়নৰ ক্ষেত্ৰত চতিয়াৰ স্বনামধন্য ব্যক্তি সকলৰ প্ৰচেষ্টা ফলপ্ৰসু নোহোৱাৰ বিষয়ে অবগত কৰাৰ লগতে সেই স্বৰ্গগামী ব্যক্তি সকলৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া উত্তৰ প্ৰজন্মই চতিয়াৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰিব,চতিয়া বাসীৰ দাবীক সন্মান জনাই অসম চৰকাৰক আমাকো হাঁহিবলৈ সুযোগ দিয়ক বুলি কয় ৷Conclusion:সভাত উপস্হিত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে চতিয়া বাসী ৰাইজৰ দাবীক সন্মান জনাই চতিয়াত মেডিকেল কলেজখন স্হাপনৰ ক্ষেত্ৰত পূৰ্ন সহযোগিতা প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰে ৷ৰাজহুৱা সভাত তিনটা প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷
Byte - পদ্ম হাজৰিকা, বিধায়ক, চতিয়া
প্ৰমোদ বৰঠাকুৰ,বিধায়ক,বিশ্বনাথ

Pransankar bhuyan
Sootea
Etv bharat ( assam(
23/12/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.