ETV Bharat / state

বিহালী বিজেপি মণ্ডল কমিটিৰ উদ্যোগত ফল-মূল বিতৰণ

author img

By

Published : Sep 18, 2020, 6:53 PM IST

বিশ্বনাথ জিলা বিজেপিৰ উপ-সভাপতি ক্ষীৰোদ দাস আৰু বিহালী বিজেপি মণ্ডল কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি লাচিত বৰাৰ উপস্থিতিত বিহালী মণ্ডল কমিটিৰ কাৰ্য-কৰ্তাসকলে অঞ্চলটোৰ দুখনকৈ চিকিৎসালয়ত উপস্থিত হৈ ৰোগীক সাক্ষাৎ কৰি বিতৰণ কৰে ফল-মূল ৷

Pm Modis birthday celebration in biswanath assam etv bharat news
ফল-মূল বিতৰণ

বিশ্বনাথ,18 চেপ্তেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 তম জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে পালন কৰে ভিন্ন কাৰ্যসূচী ৷ বিশ্বনাথতো বিজেপি দলৰ কৰ্ম-কৰ্তাসকলে বৃহস্পতিবাৰৰ পৰা গ্ৰহণ কৰে গছপুলি ৰোপণ,ফল-মূল বিতৰণকে ধৰি ভিন্ন কাৰ্যসূচী ৷ বিহালীৰ বিজেপি মণ্ডল কমিটিয়েও প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি শুকুৰবাৰে বেদেতী প্ৰাথমিক চিকিৎসালয় আৰু ৰঙাগৰ চাহ বাগিচাস্থিত চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত বিতৰণ কৰে ফল-মূল ৷

Pm Modis birthday celebration in biswanath assam etv bharat news
প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

বিশ্বনাথ জিলা বিজেপিৰ উপ-সভাপতি ক্ষীৰোদ দাস আৰু বিহালী বিজেপি মণ্ডল কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি লাচিত বৰাৰ উপস্থিতিত বিহালী মণ্ডল কমিটিৰ কাৰ্য-কৰ্তাসকলে চিকিৎসালয় দুখনত উপস্থিত হৈ ৰোগীক সাক্ষাৎ কৰি বিতৰণ কৰে ফল-মূল ৷

লগতে চাওকঃ বজালীলৈ সঘন আহ-যাহ বিজেপিৰ ৰাজ্যিক সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.