ETV Bharat / state

বীৰ জোৱান নীৰজ চেত্ৰীৰ শেষ কৃত্য সম্পন্ন

author img

By

Published : Jun 4, 2019, 8:58 AM IST

Updated : Jun 4, 2019, 11:26 AM IST

সহস্ৰাধিক লোক বীৰ জোৱানজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ নীৰজ চেত্ৰীৰ বাসগৃহত উপস্থিত হয় ৷

বীৰ জোৱান নীৰজ চেত্ৰীৰ মৃতদেহ
  • বীৰ জোৱান নীৰজ চেত্ৰীৰ শেষ কৃত্য সম্পন্ন ৷
  • সামৰিক মৰ্যদাৰে প্ৰদান অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰা হয় বীৰ জোৱান জনক ৷
  • সহস্ৰাধিক লোক বীৰ জোৱানজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ নীৰজ চেত্ৰীৰ বাসগৃহত উপস্থিত হয় ৷
  • জিলা অতিৰিক্ত উপায়ুক্ত আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বহীদ জোৱান নীৰজ চেত্ৰীক ৷
  • চৰকাৰে স্বহীদ নীৰজ চেত্ৰীৰ পৰিয়াললৈ এককালীন ভাৱে 20 লাখ টকা আগবঢ়াব বুলি জিলা প্ৰশাসনে সদৰী কৰে ৷
  • উল্লেখ্য যে 1 জুনত ঝাৰখণ্ডত উগ্ৰপন্থী সংগঠন মাওবাদীৰ লগত মুখামুখী সংঘৰ্ষ ফলত মৃত্যুবৰণ কৰিছিল এচ এচ বি জোৱান নীৰজ চেত্ৰীয়ে ।

Intro:as_biswanath_4_june_ssb_scrpt__801_as10018

Body:as_biswanath_4_june_ssb_scrpt__801_as10018

Conclusion:বহু অপেক্ষাৰ অন্তত স্ব-গৃহত ssb বীৰ জোৱান নীৰজ চেত্ৰী মৃত দেহ ।
যোৱা ১ জুনত ঝাৰ খাণ্ডত উগ্ৰপন্থী সংগঠন মাওবাদী লগত মুখামুখি সংঘৰ্ষ ফলত মৃত্যু বৰণ কৰিছিল ssb জোৱান নীজৰ চেত্ৰী ।
ইফালে সোমবাৰে মৃত দেহ অনা কথা আছিল যদি চৰকাৰী নীতি নিয়মৰ বাবে মঙলবাৰে আহি পাই বীৰ জোৱান জনৰ তাক লৈ শোকাকুল পৰিৱেশ বিৰাজ কৰে
বিশ্বনাথ জিলা গহপুৰ মহকুমা কাউৰী পথাৰ নেপালী গাৱত ।
বিশেষ প্ৰতিবেদন শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
নীৰজ চেত্ৰী বাস গৃত
Last Updated : Jun 4, 2019, 11:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.