ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 6, 2022, 7:00 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

NEWS AT 7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health Minister Keshab Mahanta at Majuli) ৷ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যুৰ তদন্ত ঘোষণা কৰে(Tejaswita Baruah's death to be probed) ৷

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় মুকলি কৰিবলৈ আহিব অমিত শ্বাহ-জে পি নাড্ডা

শুকুৰবাৰে বিয়লি ৪ বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শনিবাৰে উদ্বোধন কৰিব প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় । খানাপাৰাৰ খেলপথাৰত সম্বোধন কৰিব বুথ কাৰ্যকৰ্তা সন্মিলন ।

শিশুসহ 34 গৰাকী নিৰীহক হত্যা কৰি আত্মহত্যা ঘাতকৰ

থাইলেণ্ডৰ নাৰ্চাৰীত দুৰ্বৃত্তৰ গুলীচালনা ৷ এই গুলীচালনাত অভিযুক্ত লোকজন প্ৰাক্তন আৰক্ষী বিষয়া পানিয়া খামৰাব বুলি জানিব পৰা হৈছে(Thiland former police officer killed several) ৷ ২০২১ চনত ড্ৰাগ পৰীক্ষাত বিফল হোৱাৰ বাবে আৰক্ষীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল খামৰাব (Thailand mass shooting accused) ।

ফৰাচী লেখিকা এনি আৰন’লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Literature) । ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে ফৰাচী লেখিকা এনি আৰন’লৈ (Annie Ernaux awarded Nobel prize in Literature)।

Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ১২ ঘণ্টা পিছত এগৰাকী দুবছৰীয়া কন্যাশিশুক তেওঁৰ মৃত মাতৃৰ বুকুৰ মাজত সুৰক্ষিতভাৱে থকা অৱস্থাত পোৱা যায় (2 years kid Miraculous escape from accident) ।

National Herald case : কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ আবেদন প্ৰত্যাখ্যান ইডিৰ

কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে বৃহস্পতিবাৰে কয় যে ইডিয়ে (Enforcement Directorate) নেচনেল হেৰল্ড ধন আত্মসাতৰ গোচৰত (National Herald money laundering case) ৭ অক্টোবৰত দিল্লীত সংস্থাটোৰ সন্মুখত হাজিৰ হোৱাৰ পৰা অব্যাহতি বিচৰাৰ আবেদন প্ৰত্যাখ্যান কৰিছে ।

এজাক ম’হে ভাঙি পেলালে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিন

দুৰ্ঘটনাত পতিত গুজৰাটৰ মুম্বাই চেণ্ট্ৰেল আৰু গান্ধীনগৰৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat express meets accident with a herd of buffaloes) ৷ ফলত ক্ষতিগ্ৰস্থ হয় ট্ৰেইনখনৰ ইঞ্জিন ৷

তেজস্বিতাৰ বাসগৃহত উপস্থিত মাজুলীৰ জিলা উপায়ুক্ত

মাজুলীৰ প্ৰতিভাৱান কিশোৰী তথা কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুক শোকস্তব্ধ ৰাজ্যবাসী (Tejaswita Boruah dead)। মাজুলীৰ দৰিয়া গাঁৱত শোকৰ ছাঁ পৰিছে । তেনে এক শোকাকুল পৰিৱেশৰ মাজতে তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হয় মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত (Majuli DC at Tejaswita Boruahs house)।

সোপাধৰাৰ সন্দেহত তিনিগৰাকী সাধুক গণপ্ৰহাৰ

দেশত সোপাধৰাৰ আতংক (Mob lynching case in India) ৷ সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈছে তিনিগৰাকী সাধু ৷ এই ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ চাৰোদা অঞ্চলত ৷

বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

সম্প্ৰতি ইণ্ডোনেছিয়া ভ্ৰমণত ব্যস্ত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla in Indonesia) ৷ বুধবাৰে বিজয়দশমী উপলক্ষে বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন কৰে তেওঁ (Uluwatu Temple in Bali) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.