ETV Bharat / state

মহানৱমীত মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃত দেৱী ভক্তৰ সমাগম - কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত বাসগৃহত আয়োজন কৰা দূৰ্গা পূজাস্থলী

মহানৱমীৰ দিনা বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত আয়োজন কৰা দূৰ্গা পূজাস্থলীত বিশ্ববাসীৰ শান্তিৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই ৰঞ্জিত দত্তৰ পৰিয়াল বৰ্গই ৷

Mohanavami at Minister Ranjit Dutta's house
মহানৱমীত মন্ত্ৰী মন্ত্ৰী ৰঞ্জিত দত্ত বাসগৃত ভক্তৰ সমাগম
author img

By

Published : Oct 25, 2020, 9:43 PM IST

বিশ্বনাথ, 25 অক্টোবৰঃ ক'ভিড-19 ৰ চৰকাৰী প্ৰ'টকল অনুসৰি সম্পূৰ্ণ সামাজিক দূৰত্ব আৰু স্বাস্থ্য বিভাগৰ নীতি নিয়মৰ মাজেৰে দেওবাৰে ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰে মহানৱমী ৷ দেওবাৰে পুৱাৰে পৰা পূজা মণ্ডপ সমূহত পৰিলক্ষিত হ'ল ভক্তৰ ভিৰ ৷ তাৰ সমান্তৰালকৈ হাতে হাতে পুস্পাঞ্জলী লৈ বিহালী সমষ্টি বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত বাসগৃত উপস্থিত হল বহু ভক্ত ৷ মন্ত্ৰী গৰাকীৰ বাসগৃহত আয়োজন কৰা দেৱীৰ আশীৰ্বাদ লবলৈ উপস্থিত হয় এইসকল ভক্ত ৷

Mohanavami at Minister Ranjit Dutta's house
মহানৱমীত মন্ত্ৰী মন্ত্ৰী ৰঞ্জিত দত্ত বাসগৃত ভক্তৰ সমাগম

উল্লেখ্য যে, মহানৱমীৰ দিনা বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত আয়োজন কৰা দূৰ্গা পূজাস্থলীত বিশ্ববাসীৰ শান্তিৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই ৰঞ্জিত দত্তৰ পৰিয়াল বৰ্গই ৷ উল্লেখ্য যে, ৰামচন্দ্ৰই লংকা অধিপতি ৰাৱণক বধ কৰাৰ সময়ত নৱমী তিথিত 108 পাহ পদুম ফুল দি দেৱী দুৰ্গাক পূজা কৰিছিল ৷ এই 108 পাহ পদুম ফুল দি ধাৰ্মীকৰ গ্লানি, অধৰ্মৰ ৰোধ, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে দুৰ্গা ধৰালৈ আহিছিল ৷ এই সময়তে দুৰ্গা দেৱীৰ চৰণত সকলোৱে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছিল বুলি ভক্তই বিশ্বাস কৰি আহিছে ৷ যাৰ বাবে যজ্ঞৰ মাধ্যমেৰে দেৱী দুৰ্গাক আহুতি দিয়ে ভক্তই ৷

ইফালে এই মহানৱমীৰ দিনাই বিহালী মোনাবাৰীৰ কিশোৰ হাজৰিকা বাসগৃত আয়োজন কৰা দূৰ্গা পূজা ভাগৰ জৰিয়তে দূৰ্গা মাক এভাগ যজ্ঞৰ জৰিয়তে দেশৰ অপায় অমংগল দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে কৰিলে প্ৰাৰ্থনা ৷

লগতে পঢ়কঃ যোৰহাটত উলংঘন ক'ভিড প্ৰ'টকলঃ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.