বিশ্বনাথ, 6 অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো ভক্তপ্ৰাণ ৰাইজৰ মাজত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ অন্য বছৰৰ দৰে এইবাৰো বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই ব্যক্তিগতভাৱে এখন পূজা আয়োজন কৰিছে ।
![বিশ্বনাথত উখল-মাখল পৰিৱেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-6-otb-puja-vis-photo-dl-as10018_06102019111308_0610f_1570340588_50.jpg)
পূজাত সেৱা আগবঢ়াবৰ বাবে পুৱাৰ পৰা ৰণজিৎ দত্তৰ বাসগৃহত ৰাইজৰ সমাগম ঘটিছে ৷
![বিশ্বনাথত উখল-মাখল পৰিৱেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-6-otb-puja-vis-photo-dl-as10018_06102019111308_0610f_1570340588_785.jpg)