ETV Bharat / state

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা - Eco tourisim destination of the year award

ইতিহাস প্ৰসিদ্ধ বিশ্বনাথকলৈ বিশেষ প্ৰচেষ্টা ৷ এই ইতিহাস প্ৰসিদ্ধ বিশ্বনাথতে আছে উনকোটি শিৱলিংগ ৷ মহাবাহুৰ পাৰত সদম্ভে প্ৰকাশি আছে বেদ উপনিষদ,পুৰাণৰ বহু কাহিনী ৷ এই বিশ্বনাথৰ পৰা চাওঁক আমাৰ এক প্ৰতিবেদন ৷

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা
author img

By

Published : Sep 24, 2019, 2:31 PM IST

বিশ্বনাথ, 24 ছেপ্টেম্বৰঃ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ বিশ্বনাথ ঘাটক পৰ্যটকৰ বাবে অন্যতম এক আকৰ্ষণৰ স্থান ৷ প্ৰাচীন কালৰে পৰা বিশেষকৈ আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই এক ধাৰ্মিক কেন্দ্ৰ স্থল হিচাপে জনাজাত আছিল বিশ্বনাথ ৷ কিন্তু পৰিতাপৰ বিষয় এই যে পৰ্যটনৰ পৰ্যাপ্ত সম্ভাৱনা থকাৰ পাচতো উপযুক্ত আন্তঃগাথনিৰ অভাৱত বৰ্তমানো এলাগী হৈ আছে বিশ্বনাথ ঘাট ৷

Kishore Hazarika of Biswanath
বিশ্বনাথত থকা চণ্ডী মন্দিৰ

কিন্তু বিশ্বনাথৰ কিশোৰ হাজৰিকা নামৰ লোকজনে বিশ্বনাথঘাটক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ বিগত পাঁচ বছৰে অহৰহ চেষ্টা চলাই আহিছে ৷ বিশ্বনাথ ঘাটৰ অতি প্ৰাচীন মন্দিৰ সমূহো সংৰক্ষণ আৰু প্ৰচাৰৰ চেষ্টা চলাই আহিছে তেওঁ ৷ মহাবাহুৰ মাজত থকা বিশ্বনাথৰ উমাটুমুণি দ্বীপত এখন ব্যক্তিগত ৰিজৰ্টত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰি তেওঁ জীৱ-জন্তু সংৰক্ষণৰ বিষয়েও সজাগতা সৃষ্টি কৰা দেখা গৈছে ।

বিশ্বনাথৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকালৈ বঁটা প্ৰদান

বিশ্বনাথ ঘাটক পৰ্যটনৰ অন্যতম স্থান হিচাপে বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা 'India international travel Mart'এ বিশ্বনাথৰ কিশোৰ হাজৰিকাক 'Eco tourisim destination of the year award'ৰে সন্মানিত কৰে ৷

Kishore Hazarika of Biswanath
ঐতিহাসিক বিশ্বনাথ মন্দিৰ

Intro:as_Biswanath_801_24_seb_eco _tourism_ Award _vis_dl_photo_byte_scrpt_as10018

Body:as_Biswanath_801_24_seb_eco _tourism_ Award _vis_dl_photo_byte_scrpt_as10018

Conclusion:
AC_

বিশ্বনাথৰ পৰ্যটন অনুগামী বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকালৈ ECO TOURISM DESTINATIOON OF THE YEAR *AWARD*

VO_1_

বিশ্বনাথৰ জিলা অন্তৰ্গত বিশ্বনাথ ঘাট অন্য নাম বিশ্বনাথ
গুপ্তকাশী ।য'ত বুৰঞ্জী প্ৰসিদ্ধ পূণ্য তীৰ্থ আৰু পৰ্য্যটকৰ আকৰ্ষণ স্থান বিশ্বনাথ ঘাটত ।

প্ৰাচীন কালৰে পৰা বিশেষকৈ আহোম স্বৰ্গদেউ সকলৰ দিনত ই এক ধাৰ্মিক কেন্দ্ৰ স্থাল হিছাপে থকাৰ উপৰিও বৃটিছ যুগলৈ কে বিশ্বনাথ ঘাট নদী পথ সামৰিক আৰু প্ৰতিৰক্ষাৰ বাবে প্ৰাকৃতিক ভাৱে সুবিধা জনক স্থল আছিল এই বিশ্বনাথ ঘাট ।

VO_3_

আনহাতে কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ বাণ ৰজা দিনত
দুজনমান মুনিৰ অভিশাপত এই বিশ্বনাথ ঘাটগুপ্ত কাশীলৈ পৰিনত হল । উল্লেখযোগ্য যে উত্তৰ অসমৰ একমাত্ৰ স্থান হৈছে বিশ্বনাথ ঘাটত যত আছে প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ লগতে বিশ্বনাথ ঘাটক সকলোকে পৰ্যটন স্থান বুলিও জানে ।
কিন্তু নামত হে পৰ্যটন স্থান নাই কোনো পৰ্যটন বাবে সুবিধা ।
তাৰ বিপৰীতে বিশ্বনাথৰ এজন সু -সন্তান কিশোৰ হাজৰিকা ই এই বিশ্বনাথ ঘাটক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ যোৱা পাচ বছৰ ধৰি একক প্ৰচেষ্টা তথা স্থানীয় ৰাইজৰ সকযোগত এই বিশ্বনাথ ঘাটক পৰ্যটন স্হলী হিচাপে গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা দেখা গৈছে ।
ইফালে বিশ্বনাথ ঘাটত থকা অতি প্ৰাচীন মন্দিৰ ভাগ সংৰক্ষণ লগতে যত এক কোটি শিৱ লিংগ ৰ অধিস্হন সমুহ সংৰক্ষণ বাবে অহৰহ চেষ্টা চলাই আহিছে ।
তাৰ উপৰিও কিশোৰ হাজৰিকাই বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা দ্বীপ যাৰ নাম উমিটুমণি বুলি কোৱা হয় ।
তাত এখন ব্যক্তিগত ৰেচৰ্টৰ জৰিয়তে বিভিন্ন জীৱ জন্তু মুৰ্তি নিৰ্মাণ কৰি এক পৰ্যটন স্হলীলৈ ৰুপান্ত কৰি জীৱন জন্তী কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত সজাগতা সৃষ্টি কৰা ও দেখা গৈছে ।
আনহাতে এই সজাগতা পৰ্যটনৰ স্থান লৈ বিশ্ব আগত চিনাকি কৰাই দিয়াত কিশোৰ হাজৰিকাই যোৱা চলিত মাহ লগতে বৰ্ষৰটো কেইবাটাও ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়,
সন্মান লাভ কৰি বিশ্বনাথ লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইফালে অলপতে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা India international travel Mart তে Eco tourisim destination of the year award জৰিয়তে সন্মানিত কৰে কিশোৰ হাজৰিকা ।

ই টিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ পৰ্যটন অনুগামী কিশোৰ হাজৰিকা ই কয় বিশ্বনাথ ঘাটক অধিক চিনাকি কৰিবলৈ বিশ্ব আগত চকুত জিলিকাবলৈ চৰকাৰৰ সহায় সহযোগিতা অতি প্ৰয়োজন বুলি প্ৰকাশ কৰে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.