ETV Bharat / state

বিশ্বনাথত শিক্ষকৰ বিৰুদ্ধে সাংবাদিক আক্ৰমণৰ অভিযোগ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাঘমাৰীত অৱস্থিত বাপুজী বিদ্যালয়খনে পুতৌজনক ফলাফলত ক্ষোভিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সংবাদ মাধ্যমে পৰীক্ষাৰ ফলাফল প্ৰচাৰ কৰিছিল ৷ কিন্তু তাতে খৰ্গহস্ত হৈ পৰিল বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা একাংশ শিক্ষক ।

বিশ্বনাথত সাংবাদিকক আক্ৰমণ শিক্ষকৰ
author img

By

Published : May 18, 2019, 11:11 PM IST

বিশ্বনাথ, 18 মে': বিশ্বনাথত সাংবাদিকক ভাবুকি শিক্ষকৰ ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক এগৰাকী শিক্ষকে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাঘমাৰীত অৱস্থিত বাপুজী বিদ্যালয়খনে পুতৌজনক ফলাফলত ক্ষোভিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সংবাদ মাধ্যমে পৰীক্ষাৰ ফলাফল প্ৰচাৰ কৰিছিল ৷ কিন্তু তাতে খৰ্গহস্ত হৈ পৰিল বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা একাংশ শিক্ষক ।

বিশ্বনাথত সাংবাদিকক আক্ৰমণ শিক্ষকৰ

মুক্ত জ্যেতি নামৰ শিক্ষকজনৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সাংবাদিক দুৰ্ব্যৱহাৰ কৰা লগতে আক্ৰমণ কৰা অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ সন্দৰ্ভত শিক্ষকজনৰ লগত যোগাযোগ কৰিবলৈ বিচৰা হৈছিল যদিও সংবাদ মাধ্যমৰ পৰা বিৰত থাকে । আনহাতে, অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে বিভিন্ন সাংবাদিক সংগঠনে ৷

as_bsw_bapuji_hs_scholl_vis_3_photo_2_as10018

বাতৰি পৰিৱেশন কৰা সাংবাদিক মূৰ্খ এই মন্তব্য কৈ হুলস্থুল বিশ্বনাথত /
স্বহীদ সাংবাদিক পৰাগ দাসৰ মৃত্যু বাৰ্ষিকীৰ দিনাই বিশ্বনাথত সাংবাদিকক ভাবুকি 

নিজৰ বিফলতাৰ ঢাকিবলৈ শিক্ষক ৰূপী গুণ্ডাৰ  আজৱ কাণ্ড ।
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক  ভাবুকি ।
এইজন ব্যক্তিলৈ লক্ষ্য কৰক এওঁ  নাম  মুক্ত জ্যোতি দাস ।
  পেচাত এজন চৰকাৰী শিক্ষক ।
ইয়াৰ বাহিৰেও তেওঁ আছে অন্য এটি নাম গুণ্ডা বুলি সকলোতে চৰ্চিত । অভিযোগ উঠিছে 
এও  শিক্ষকতা কৰি পাঠদান কৰা পৰিৱৰ্তে  ব্যস্ত থাকে ব্যক্তিগত কাম কাজত ।

উল্লেখ্য  যে এই বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষক জন কৰ্মৰ 
বিশ্বনাথৰ বাঘমাৰীত অৱস্থিত বাপুজী হাইস্কুল নামৰ 
 বিদ্যালয় খনে  অতিসয় পুতৌ জনক  ফলাফল প্ৰদৰ্শন কৰাকলৈ ক্ষোভিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱক সকল স্থানীয় ৰাইজৰ অভিযোগ মতেই সংবাদ মাধ্যমে সংবাদ প্ৰচাৰ কৰিছিল বিদ্যালয় পুতৌজনক ফলাফল কলৈ তাক ।
কিন্তু তাতে খৰ্গহস্ত হৈ পৰিল বিদ্যালয় খনৰ  প্ৰধনা শিক্ষয়িত্ৰী তথা একাংশ বিদ্যালয় খনৰ শিক্ষক ।
ৰাইজৰ ক্ষোভত পৰি নিজৰ বিফলতাৰ ঢাকিবলৈ উঠি পৰি লগা এই সকল শিক্ষকে ৰাইজৰ অভিযোগ মতে বাতৰি পৰিৱেশন কৰা একাংশ সাংবাদিক বিদ্যালয় লৈ নিমন্ত্ৰণ কৰি অকথ্য অশ্ৰাব্য ভাষাৰে আক্ৰমণ কৰা লগতে বাতৰি পৰিৱেশন কৰা সাংবাদিক মূৰ্খ বুলি কোৱা কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে বিদ্যালয় প্ৰাংগণ । 
উল্লেখ যে শিক্ষক মুক্তজ্যোতিয়ে বিদ্যালয় ভিতৰত ৰাখি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা  একাংশ সাংবাদিক দুব্যৱহাৰ কৰা লগতে আক্ৰমণ কৰা অভিযোগ উত্থাপিত হৈছে ।
আনহাতে এই অভিযোগ সন্দৰ্ভত শিক্ষক জনৰ লগত যোগাযোগ কৰিবলৈ বিচৰা হৈছিল যদিও সংবাদ মাধ্যমৰ পৰা বিৰত থাকে ।
এতিয়া প্ৰশ্ন হয় সাংবাদিক নিৰাপত্তা কোনো দিব ।
যদি সমাজৰ আগশাৰীৰ ব্যক্তি তথা শিক্ষা গুৰু দৰে পবিত্র বৃত্তিৰ লগত জৰিত হৈও যদি সাংবাদিক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে এই টো এটা সচাকৈয়ে দুভগ্যজনক জনক বিষয় ।এই শিক্ষক জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাইছে বিভিন্ন সাংবাদিক সংগঠনে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

বি: দ্ৰ: সকলো বাইট ভিডিঅ , আৰু 
সংযোগ শিক্ষক জনৰ ফটো দিয়া হৈছে FTP
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.