ETV Bharat / state

বিশ্বনাথত পালন জনতা কাৰ্ফিউ

author img

By

Published : Mar 22, 2020, 11:44 PM IST

বিশ্বনাথতো মোদীৰ আহ্বানত সকলো লোকে জনতা কাৰ্ফিফ পালন কৰা উপৰিও ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি ৫ মিনিট পৰ্যন্ত হাত-চাপৰি তাল ঢোল কাঁহী বজাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়োৱা লোকসকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

জনতা কাৰ্ফিউ
বিশ্বনাথত পালন জনতা কাৰ্ফিউ

বিশ্বনাথ, 22 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেওবাৰে অৰ্থাৎ 22 ডিচেম্বৰত সমগ্ৰ দেশতে পালন কৰা হৈছে জনতা কাৰ্ফিউ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশৰ সকলো নাগৰিকে সঁহাৰি জনাই সহযোগিতা আগবঢ়াইছে জনতা কাৰ্ফিউলৈ । দেশৰ আন আন ঠাই লগতে বিশ্বনাথতো মোদীৰ আহ্বানত সকলো লোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই বা নিজৰ নিজৰ ঘৰৰ দুৱা মুখৰ পৰা বেলকনি, বাৰাণ্ডা, ছাদৰ আদিত থিয় হৈ ৫ মিনিট পৰ্যন্ত হাত-চাপৰি তাল ঢোল কাঁহী বজাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়োৱা লোকসকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.