ETV Bharat / state

বিহালীত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ - বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী

বিহালী বৰগাং বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা এটা বন কৰ্মী দলে বিহালী বুৰৈ নদী পৰা শিল- বালি ভৰ্ত্তি চালান বিহীন ডাম্পাৰখনৰ লগতে অবৈধ ভাৱে মাটি সৰবৰাহ কৰা এখন ট্ৰেক্টৰো জব্দ কৰি কাৰ্যালয়লৈ লৈ আহে ৷

Illegal sand and gravel dumper seized in Bihali
বিহালীত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ
author img

By

Published : Oct 5, 2020, 9:54 PM IST

বিশ্বনাথ, 5 অক্টোবৰঃ সোমবাৰে বিশ্বনাথ জিলাৰ বিহালীত জব্দ কৰা হয় অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ লগতে ট্ৰেক্টৰ ৷ বিহালী বৰগাং বন বিষয়া ডঃ ফ্ৰীৰফিল্লা বসুমতাৰী নেতৃত্বত যোৱা বনকৰ্মীৰ এটা দলে বিহালী বুৰৈ নদী পৰা শিল- বালি ভৰ্ত্তি চালান বিহীন ডাম্পাৰখনৰ লগতে অবৈধ ভাৱে মাটি সৰবৰাহ কৰা এখন ট্ৰেক্টৰো জব্দ কৰে ৷

ইপিনে, মহিলা বন বিষয়াগৰাকীয়ে যোৱা ১১ ছেপ্টেম্বৰ যোগদান কৰি ১৩ ছেপ্টেম্বৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যি তৎপৰতা দেখুৱালে সেই কাৰ্যক এতিয়া শলাগ লৈছে দল-সংগঠনসমূহে ৷

লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.