ETV Bharat / state

বিশ্বনাথত আৰক্ষী আৱাসৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 30, 2020, 10:04 AM IST

দেওবাৰে বিশ্বনাথ জিলাত অনলাইনযোগে তিনিটাকৈ পি.ই.বি প্ৰযুক্তিৰে নিৰ্মিত আৰক্ষীৰ আৱাসৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ঘাহিগাঁও, জিনজিয়া আৰু বিশ্বনাথ আৰক্ষী থানাত এই আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷

police residence to build in biswanath
বিশ্বনাথত আৰক্ষী আৱাসৰ আধাৰশিলা স্থাপন

বিশ্বনাথ,30 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো দেওবাৰে অনলাইনযোগে মৈত্ৰী আঁচনিৰ অধীনত তিনিটাকৈ পি.ই.বি প্ৰযুক্তিৰে নিৰ্মিত আৰক্ষীৰ আৱাস স্থাপনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিশ্বনাথ জিলাৰ ঘাহিগাঁও, জিনজিয়া আৰু বিশ্বনাথ আৰক্ষী থানাত অনলাইনযোগে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়া, জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা কুশল ভাগৱতী, জিলা উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন, বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ জিলাৰ আৰক্ষী কৰ্মী আৰু সাংবাদিকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে এই আধাৰশিলা তিনিটা ।

বিশ্বনাথত আৰক্ষী আৱাসৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো দীৰ্ঘ দিনৰ পৰা আৰক্ষী জোৱান থাকিবলৈ উন্নত মানৰ আৱাস নথকাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে আৰক্ষীসকল । মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে পদক্ষেপে আৰক্ষীসকলক উপকৃত কৰিব বুলি ধাৰণা কৰিব পাৰি ।

লগতে পঢ়ক : খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.