ETV Bharat / state

বিহালীত মেগা স্বাস্থ্য মেলা

শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰে মেগা স্বাস্থ্য মেলা

বিহালীত মেগা স্বাস্থ্য মেলা
author img

By

Published : Mar 23, 2019, 11:45 PM IST

বিশ্বনাথ, 23 মাৰ্চঃ বিশ্বনাথৰ বিহালীত মেগা স্বাস্থ্য মেলা সফল সামৰণি ।শোণিতপুৰ জিলা যুটিয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰে মেগা স্বাস্থ্য মেলা । পুৱা 9.30 বজাত বিভিন্ন সাংস্কৃতিক দলৰ জৰিয়তে এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই স্বাস্থ্য বিভাগৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে । শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী স্বাস্থ্য খণ্ডই ভিতৰুৱা অঞ্চল সমূহত বিভিন্ন ৰোগৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবেই বিগত বহু বছৰ ধৰি এই পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য ।

ETV bharat assam
বিহালীত মেগা স্বাস্থ্য মেলা

আনহাতে, বিয়লি ভাগত বিদ্যালয় খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে স্বাস্থ্য সম্বন্ধীয় সজাগতা সভা । সভাত উপস্থিত থাকে বিশ্বনাথ জিলা উপায়ুক্ত, শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা, বিশ্বনাথ জিলা উপায়ুক্ত লগতে বিশ্বনাথ অসামৰিক চিকিৎসালয় বহু কেইজন চিকিৎসকৰ লগত গণ্য মান্য ব্যক্তি ৷

Intro:A_BISWANATH_MEGA_MELA_23M_801_803_VISUAL_BYTE_SCRPT_SRIMANTA

Body:A_BISWANATH_MEGA_MELA_23M_801_803_VISUAL_BYTE_SCRPT_SRIMANTA

Conclusion:বিশ্বনাথৰ বিহালীত মেগা স্বাস্থ্য মেলা সফল সামৰণি ।
উখল মাখল পৰিৱেশ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন । শোণিতপুৰ জিলা যুটিয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত শণিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰে মেগা স্বাস্থ্য মেলা । পুৱা 9.30 বজাত বিভিন্ন সাংস্কৃতিক দলৰ জৰিয়তে এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই স্বাস্থ্য বিভাগৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে । আন বৰ্ষৰ দৰে এইবাৰো শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী স্বাস্থ্য খণ্ডই ভিতৰু অঞ্চলৰ সমুহৰ ৰাইজক বিভিন্ন ৰোগৰ ওপৰত সজাগতা বৃদ্ধি বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
ইফালে বিয়লি ভাগত বিদ্যালয় খনৰ প্ৰক্ষেপ গৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয় ।
সভাত উপস্থিত থাকে বিশ্বনাথ জিলা উপায়ুক্ত, শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা, বিশ্বনাথ জিলা উপায়ুক্ত লগতে বিশ্বনাথ অসামৰিক চিকিৎসালয় অধ্যক্ষ ডাঃ নাৰায়ণ উপাধ্যায়, বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন চন্দ্ৰ বেইকে ধৰি বহু বিষয়াই অংশগ্ৰহণ কৰে ।

বাইট - শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.