ETV Bharat / state

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ - বিহালী

এটা ফেচবুক পোষ্ট আৰু বিহালীৰ এগৰাকী কিশোৰী ৷ চীন সীমান্তৰ টাকচিঙত নামৰ এক দুৰ্গম অঞ্চলত আৱদ্ধ হৈ থকা কিশোৰীগৰাকীয়ে অৱশেষত সন্ধান পালে আপোন ঘৰৰ ৷

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ
author img

By

Published : Jul 2, 2019, 7:19 PM IST

বিহালী, 2 জুলাই : এটা ফেচবুক পোষ্ট আৰু বিহালীৰ এগৰাকী কিশোৰী ৷ বিগত 6 টা বছৰে অৰুণাচলৰ চীন সীমান্তৰ টাকচিঙত নামৰ এক দুৰ্গম অঞ্চলত আৱদ্ধ হৈ থকা কিশোৰীগৰাকীয়ে অৱশেষত সন্ধান পালে আপোন ঘৰৰ ৷ এগৰাকী অচিনাকী যুৱকে নিজ ফেচবুক একাউণ্টযোগে দিয়া পোষ্টৰ বাবেই হেৰুৱা ঘৰ ঘূৰাই পালে বিশ্বনাথৰ বিহালী বেদেতী চাহবাগিচাৰ কিশোৰীগৰাকীয়ে ৷

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ

ধেমাজিৰ ৰাজীৱ গগৈ নামৰ যুৱকজনে তেওঁৰ ফেচবুক একাউণ্টযোগে প্ৰকাশ কৰিছিল কিশোৰীগৰাকীৰ জীৱন গাঁথা ৷ সেই ফেচবুক পোষ্টটো লখিমপুৰ লালুকৰ প্ৰশান্ত শইকীয়া নামৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ প্ৰেৰণ কৰাত সাংবাদিকগৰাকীয়ে পূজা সন্ধানত নামি পৰে আৰু শইকীয়াই বিহালী আন এগৰাকী সাংবাদিকৰ লগত যোগাযোগ কৰাত ঘৰ বিচাৰি পায় কিশোৰীগৰাকীৰ । ইফালে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে অৰুণাচলৰ আৰক্ষী লগত যোগাযোগ কৰি কিশোৰীগৰাকীয়ে নিজ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হয় । আনহাতে এই ঘটনা বিহালীত বিয়পি পৰাত বিহালী আদিবাসী ছাত্ৰ সন্থাই বিহালী আৰক্ষী গৰাকী এনে কাৰ্য বাবে ধন্যবাদ জনায় ।

Intro:As_behali_02jul_policercvr girl_photo_byte_vsl_scrptBody:As_behali_02jul_policercvr girl_photo_byte_vsl_scrptConclusion:Update

এজন অচিনাকি যুৱকৰ ফেচবুক একাউণ্ট এটা পোষ্ট বাবে হেৰুৱা ঘৰ ঘুৰাই পালে বিহালীৰ পুজাই

এটা গৰাকী পূজা লোহাৰ ঘৰ বিশ্বনাথৰ বিহালী বেদেতী চাহবাগিচা ।
বিগত ৬বছৰ মুৰত আপোনাৰ ঘৰলৈ ঘুৰি আহিল পুজা ।
কাৰণ কোনো দুষ্ট চক্ৰ বলিত সদৌ চীন সীমান্ত অৰুণাচল টাকচি‌ং নামৰ দুৰ্ঘম ঠাইত অৰুণাচল হাতত আবদ্ধ হৈ আছিল ।
কিন্তু হঠাৎ পূজাৰ পৰিয়াল লৈ আহিল এটা সুখবৰ ।
ধেমাজিৰ ৰাজীৱ গগৈ নামৰ যুৱক জনে তেওঁ নিজাৰ ফেচবুক একাউণ্ট পূজা জীৱন গাঠা কথা প্ৰকাশ কৰাত
সেই ফেচবুক পোষ্টটো আন লখিমপুৰ লালুকৰ
প্ৰশান্ত শইকীয়া নামৰ জ্যেষ্ঠ সাংবাদিক জনলৈ প্ৰেৰণ কৰাত সেই সাংবাদিক গৰাকীয়ে পূজা সন্ধানত নামি পৰে ।
আৰু শইকীয়াই পূজা সন্ধান বিহালী আন এজন সাংবাদিক লগত যোগাযোগ কৰাত অৱশেষত পূজা সন্ধান উলোৱাই ঘৰ বিচাৰি পায় ।
ইফালে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে অৰুণাচলৰ আৰক্ষী লগ যোগাযোগ কৰি যুৱতী গৰাকী নিজ ঘৰলৈ ঘুৰাই আনিবলৈ সক্ষম হয় ।
এই ঘটনাৰ বিহালীত বিয়পি পৰাত বিহালী আদিবাসী ছাত্ৰ সন্থাই বিহালী আৰক্ষী গৰাকী এনে কাৰ্য বাবে ধন্যবাদ জনাই ।

বিহালী পৰা ত্ৰিদিপ দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.