ETV Bharat / state

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত কৰ্মবিৰতি পালন - কৰ্মবিৰতি পালন

লংকাৰ উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিবাদ সমগ্ৰ ৰাজ্যত ৷ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়তো চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে পালন কৰিলে কৰ্মবিৰতি ৷

doctors-health-workers-discontinue-duty-at-bishwanath-chariali-civil-hospital
বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি পালন
author img

By

Published : Jun 2, 2021, 8:54 PM IST

Updated : Jun 2, 2021, 9:09 PM IST

বিশ্বনাথ, 2 জুন : বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি পালন । লংকাৰ উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই কৰ্মবিৰতি পালন । কেৱল জৰুৰীকালীন সেৱা সমূহৰ বাহিৰে বহিঃবিভাগৰ সকলো চিকিৎসা সেৱা বন্ধ থাকে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ।

doctors-health-workers-discontinue-duty-at-bishwanath-chariali-civil-hospital
বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি পালন

অসম চিকিৎসা সেৱা সন্থাৰ সিদ্ধান্ত ক্ৰমে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে চিকিৎসক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলে কৰ্মবিৰতি পালন কৰে ৷

লগতে পঢ়ক : সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান দুই ভগ্নীৰ

Last Updated : Jun 2, 2021, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.