ETV Bharat / state

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ - ব্ৰহ্মপুত্ৰ

বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সমীপত থকা ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা এহাল স্ত্ৰী-পুৰুষৰ বুলি চিনাক্ত হয় যদিও বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই ৷

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ
author img

By

Published : Aug 9, 2019, 12:59 PM IST

বিশ্বনাথ, 9 আগষ্টঃ বিশ্বনাথ ঘাটত উদ্ধাৰ দুটাকৈ অচিনাক্ত মৃতদেহ | বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সমীপত থকা ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা এহাল স্ত্ৰী-পুৰুষৰ বুলি চিনাক্ত হয় যদিও বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই ৷ ৷ যাৰ বাবে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে |

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ

ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, দুয়োটা মৃতদেহৰ শৰীৰ গামোচাৰে বন্ধা আছিল ৷

Intro:as_biswanath_801_9_aug_dead _body_ recovery _Breaking_vis_byte_scrpt_as10018Body:as_biswanath_801_9_aug_dead _body_ recovery _Breaking_vis_byte_scrpt_as10018Conclusion:as_biswanath_801_9_aug_dead _body_ recovery _Breaking_vis_byte_scrpt_as10018

বিশ্বনাথ ঘাটত উদ্ধাৰ দুটাকৈ অচিনাক্ত মৃতদেহ | বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ তলতে থকা ব্ৰহ্মপুত্ৰ নদীত উপঙি থকা প্ৰতক্ষ্য কৰি অৱগত কৰে বিশ্বনাথ আৰক্ষীক |

প্ৰতক্ষ্য কৰা অনুসৰি এহাল পুৰুষ স্ত্ৰী বৰ্তমান পৰ্যন্ত মৃতদেহ দুটা চিনাক্ত হোৱা নাই যদিও সমগ্ৰই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে উক্ত অঞ্চলত |

বৰ্তমান বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনী উপস্থিত হৈছে ঘটনা স্থলীত |
ইতিমধ্যে বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহ দুটি |

কিন্তু প্ৰতক্ষ্য কৰা অনুসৰি দুয়ো মৃতদেহত শৰীৰত গামোচাৰে বান্ধি লোৱা দৃশ্য প্ৰতক্ষ্য কৰাৰ হৈছে যাৰ বাবে এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত |
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.