ETV Bharat / state

বিহালীত কংগ্ৰেছৰ খহনীয়া: শতাধিক কৰ্মীয়ে যোগ দিলে বিজেপিত

বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তর্গত জনতা বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ এখনি নিৰ্বাচনী সভাত অঞ্চলটোৰ ১৪ গৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ পাচতে কংগ্ৰেছ কৰ্মীসকলে বিজেপিত যোগদান কৰে ৷

Congress workers joined bjp in Bihali on Wednesday
বিহালীত কংগ্ৰেছৰ খহনীয়া
author img

By

Published : Mar 10, 2021, 9:35 PM IST

বিশ্বনাথ,১০ মাৰ্চ: বিহালীত বুধবাৰে বিজেপিত যোগদান কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ পাচতে কংগ্ৰেছ কৰ্মীসকলে বিজেপিত যোগদান কৰে ৷

Congress workers joined bjp in Bihali on Wednesday
বিহালীত কংগ্ৰেছৰ খহনীয়া

বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তর্গত জনতা বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ এখনি নিৰ্বাচনী সভাত অঞ্চলটোৰ ১৪ গৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ লগতে সমষ্টিটোৰ বিভিন্ন গাওঁ পঞ্চায়তৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ৷

লগতে পঢ়ক: পাঁচ বছৰত 50 শতাংশ সম্পত্তি বৃদ্ধি সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.