ETV Bharat / state

বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ একেদিনাই ৭টা স্থানত আধাৰশিলা স্থাপন

author img

By

Published : Jan 22, 2020, 8:08 AM IST

বিহালীত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই মঙলবাৰে বিধায়ক পূঁজিৰ বহুকেইটা আঁচনিৰ লগতে প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা অধীনত পথ নিমাৰ্ণৰ আধাৰশিলা স্থাপন কৰে ৷

Cabinet Minister Ranjit Dutta inaugurated total 7 foundation stone at Bihali
বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ একেদিনাই ৭টা স্থানত আধাৰশিলা স্থাপন

বিশ্বনাথ,21 জানুৱাৰী: মঙলবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰণজিৎ দত্তই নিজ সমষ্টি বিহালীত বহু কেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক পুঁজিৰ অধীনৰ লগতে এটা প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ এটা পকী পথৰ লগতে বিধায়কগৰাকীয়ে বিধায়ক পুঁজিৰৰ ৬ টাকৈ আধাৰশিলা স্থাপন কৰে। প্ৰথমে বৰগাং মৰাণ গাঁৱৰ মুক্তাবত ২ লাখ টকা,আৰু চেৰেলীয়া জগন্নাথ মন্দিৰৰ ১.৫০ টকা,বেদেতী কুলাগুৰি বৌদ্ধ মন্দিৰ ৩ লাখ,বেদেতী চাহ বাগিচাৰ মাজেৰে বিহমাৰিলৈ যোৱা পথটোৰ এমপিএচৱাইৰ অধীনত আধাৰশিলা স্থাপন কৰে। ইফালে পি,পি,এচ,ৱাইৰ অধীনৰ পকী পথৰ বাবে ৫৮ লাখ আবন্টিত দিয়া উপৰিও বৰাজুলি বিমলা স্কুল পকী বেৰ ৩ লাখ টকা , বটিয়ামাৰী সৰ্বেশ্বৰ দেৱালয়ৰ সমূহীয়া ভৱন ২ লাখ আৰু ৰাংছালী মদাখতীয়া নাম ঘৰত ২ লাখ ৫০ হাজাৰ টকা আবন্টন দি আধাৰশিলা স্থাপন কৰে।

লগতে পঢ়ক:গনতন্ত্ৰ দিৱসৰ পূৰ্বেই মাইবাঙত উদ্ধাৰ পিষ্টল

আধাৰশিলা স্থাপন সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে বৰগাং জিলা পৰিষদ সদস্য ,তথা মণ্ডল সমিতি সভাপতি ৰঞ্জন জ্যোতি দাস,নিজ বিহালী জিলা সদস্য দিপীকা দেৱী,নিজ বিহালী গাওঁপঞ্চায়ত সভাপতি প্ৰেম চেত্ৰী,বটিয়ামাৰীগাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমনি দাস,বৰালিমৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰাকে ধৰি বহু কেইজন বিজেপি নেতাই । ইফালে আধাৰশিলা স্থাপন কৰি পথ আবন্টিত লাভ কৰা ঠিকাদাৰক কাম সময়ত কৰি সময়ত পথ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া লগতে কোনো দুৰ্নীতি আশ্ৰয় নল'বলৈ সকিয়নী দিয়ে মন্ত্ৰীৰণজিৎ দত্তই ।

লগতে পঢ়ক:ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতি ৰাজ্যপাললৈ আৱেদন বেতন বঞ্চিত শিক্ষকৰ

Intro:বিহালীত মন্ত্ৰী।ৰণজিৎ দত্তৰ ৭ ঠাইত আধাৰশিলা স্থাপন

Body:as_biswnaath_801_21_j_Ranjit_dutta_vis_byte_scrpt_as10018

Conclusion:বিহালীত মন্ত্ৰী।ৰণজিৎ দত্তৰ ৭ ঠাইত আধাৰশিলা স্থাপন

মঙলবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰণজিৎ দত্তই সমষ্টিত বহু কেইটা আচনি আধাৰশিলা স্থাপন কৰে ।

বিধায়ক পুজিৰ অধীনৰ লগতে এটা প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ এটা পকী পথৰ লগতে বিধায়কগৰাকীৰ বিধায়ক পুজিৰৰ ৬ টাকৈ আধাৰশিলা স্থাপন কৰে ‌।

প্ৰথমে বৰগাংমৰাণ গাৱঁৰ মুক্তাবত ২ লাখ টকা ,
আৰু চেৰেলীয়া জগন্নাথ মন্দিৰৰ ১.৫০ টকা, বেদেতী কুলাগুৰি বৌদ্ধ মন্দিৰ ৩ লাখ, বেদেতী চাহ বাগিচাৰ মাজেৰে বিহমাৰিলৈ যোৱা পথটি পি, এম , পি এচ, ৱাইৰ , অধীনত আধাৰশিলা স্থাপন কৰে ।
ইফালে পি,পি,এচ,ৱাইৰ অধীনৰ
পকী পথৰ বাবে ৫৮ লাখ আবন্টিত দিয়া ওপৰিও
বৰাজুলি বিমলা স্কুল পকী বেৰ ৩ লাখ টকা , বটিয়ামাৰী সৰ্বেশ্বৰ দেৱালয়ৰ সমুহীয়া ভৱণ ২ লাখ আৰু ৰাংছালী মদাখতীয়া নাম ঘৰত ২ লাখ ৫০ হাজাৰ , টকী আবন্টিত দি আধাৰশিলা স্থাপন কৰে ।
আধাৰশিলা স্থাপন সময়ত মন্ত্ৰী গৰাকী সংগ দিয়ে বৰগাং জিলা পৰিষদ সদস্য ,তথা মণ্ডল সমিতি সভাপতি
ৰঞ্জন জ্যোতি দাস, নিজ বিহালী জিলা সদস্য দিপীকা দেৱা, নিজ বিহালী গাওঁপঞ্চায়ত সভাপতি প্ৰেম চেত্ৰী, বটিয়ামাৰীগাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমনি দাস, বৰালিমৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰাকে ধৰি বহু কেইজন বিজেপি নেতাই।
ইফালে আধাৰশিলা স্থাপন কৰি পথ আবন্টিত লাভ কৰা ঠিকাদাৰক কাম সময়ত কৰি সময়ত পথ মুকলি কৰিবলৈ নিদেশ দিয়া লগতে কোনো দুৰ্নীতি আশ্ৰয় নলবৈ সকীয়নি দিয়ে মন্ত্ৰীৰণজিৎদত্তই ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.