ETV Bharat / state

বিহালীত কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তৰ ভোটদান

author img

By

Published : Apr 11, 2019, 11:28 AM IST

চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ 103 নং ভোট কেন্দ্ৰত বিহালী সমষ্টিৰ বিধায়কজনে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷

বিহালীত কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তৰ ভোটদান

বিশ্বনাথ , 11 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে 9 নং তেজপুৰ লোকসভা সমষ্টিতো পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰখৰ ৰ'দকো নেওচি ভোটাৰ সকলক ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হ'ল ৷ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তয়েও পুৱাই চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ 103 নং ভোট কেন্দ্ৰত ভোটদান কৰে ৷

A_Biswanarh_behali_11aprl_ Ranjt dutta_vote_Breaking_Sriamnta

৯ নং তেজপুৰ লোক সভা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ পুৱা ৭বজাৰ পৰাই ।
ইফালে বিহালী  সমষ্টিৰ বিধায়ক তথা কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তই পূৱাই  চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ ১০৩ নং  ভোট কেন্দ্ৰত  ভোটদান কৰে ।
শ্ৰীমন্ত দাস বিশ্বনাথ ই টিভি ভাৰত অসম 
বি: দ্ৰ:FTP জৰিয়তে প্ৰেৰণ কৰা হৈছে 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.