ETV Bharat / state

বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ সমিতি গঠন

author img

By

Published : Dec 14, 2020, 7:07 AM IST

দেওবাৰে বিশ্বনাথ জিলাৰ বাঘমাৰী চাহ বাগিচাত গঠন হয় এখন শক্তিশালী লাইন সমিতি ৷ ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চা বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত গঠন কৰা হয় 51 জনীয়া শক্তিশালী সমিতি গঠন ৷

bjp tea morcha meeting at biswanath
বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ লাইন সমিতি গঠন

বিশ্বনাথ,14 ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চা বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত দেওবাৰে বাঘমাৰী চাহ বাগিচাত গঠন হয় এখন শক্তিশালী লাইন সমিতি ৷ বিশিষ্ট সমাজ সেৱক অমৰ চিকাশৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে বাঘমাৰী চাহ বাগিচাৰ শতাধিক লোক ৷

লগতে সভাত উপস্থিত থাকে মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাঁতী, চাহ মৰ্চা বিশ্বনাথ জিলা মিডিয়াৰ সহ-আহ্বায়ক অজিত নাগ, ভীমৰাজ নাগ, বুথ সভাপতি খগেন নাগ, বাঘমাৰী বাগান সমিতিৰ সভাপতি অভয় তাঁতি, সম্পাদক তীৰ্থ বাঘ, চাহ মৰ্চাৰ সদস্য কুনাল নাগ, গৌতম ডুংৰী, হেমন্ত প্ৰধান, নয়ন ভূঞা, বুথ সমিতিৰ চৰিত্ৰ ডুংৰী, অমিত তাঁতি, মহিলা মৰ্চাৰ সদস্যা চিলা লোহাকে ধৰি বহু বিজেপি কৰ্মকৰ্তা ।

বাগিচাৰ প্ৰণৱ তাঁতীক সভাপতি আৰু সাধাৰণ সম্পাদিকা পদৰ বাবে তিলেশ্বৰী নাগৰ নাম ঘোষণা কৰি 51 জনীয়া এই শক্তিশালী সমিতিখন গঠন কৰা হয় ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.