ETV Bharat / state

বিশ্বনাথত বাঢ়িয়েই আছে কোভিড-19 আক্ৰান্তৰ সংখ্যা - Biswanath Covid-19 Update

দ্ৰুত গতিত বৃদ্ধি পাইছে বিশ্বনাথত কোভিড-19 আক্ৰান্তৰ সংখ্যা । 24 ঘন্টাত 50 জনকৈ লোকৰ দেহত কোভিড-19 চিনাক্ত ।

Biswanath Covid-19 Update
Biswanath Covid-19 Update
author img

By

Published : Sep 25, 2020, 4:15 AM IST

বিশ্বনাথ, 24 ছেপ্টেম্বৰ : বিশ্বনাথত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে জিলাখনত 2246জনৰ দেহত চিনাক্ত হৈছে যদিও গুৰুত্ব নাই একাংশ লোকৰ । নাই কোনো সামাজিক দূৰত্ব নাই মাস্ক । বিভিন্ন সময়ত আৰক্ষীয়ে জনসাধাৰণক মাস্ক পিন্ধিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰিছে যদিও একাংশ লোকে সেই নিয়ম সঘনাই উলাংঘা কৰা পৰিলক্ষিত হৈছে । আনহাতে বৃহস্পতি বাৰলৈকে বিশ্বনাথত কোভিড-19ত আক্ৰান্ত সংখ্যা হৈছে গৈ 2246 গৰাকী । ইফালে ইতিমধ্যে সুস্থ হৈ ঘৰলৈ গৈছে 1571জন আৰু 1210 জন হোম আইচোলোচনত থকা ব্যক্তি ভিতৰত 361জন সুস্থ হৈ থকাৰ বিপৰীতে বৰ্তমান 675 গৰাকীৰ দেহত কোভিড-19 থকা কথা প্ৰকাশ কৰে বিশ্বনাথৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ে ‌। আনহাতে বৰ্তমানলৈকে জিলাখনত কোভিড-19ত আক্ৰান্ত হৈ 8জন লোক মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.