বিশ্বনাথ, 25 জুলাইঃ বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুহিয়াবাৰীত পথ দুৰ্ঘটনা৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জিনজিয়া লৈ যোৱাৰ পথত কুহিয়াবাৰীৰ দ খাৱৈত বাগৰি পৰে এখন টাটা মেজিক৷ টাটা মেজিক খনৰ নম্বৰ As 12E 6155 ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত হয় চালক জন । স্থানীয় ৰাইজে দ খাৱৈৰ পৰা সংকটজনক অৱস্থাত চালক জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ কেটেলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
বিশ্বনাথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা, আহত এজন - দুৰ্ঘটনা
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জিনজিয়া লৈ যোৱাৰ পথত কুহিয়াবাৰীৰ দ খাৱৈত বাগৰি পৰে এখন টাটা মেজিক ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত হয় চালকজন
![বিশ্বনাথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা, আহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3946419-thumbnail-3x2-oo.jpg?imwidth=3840)
বিশ্বনাথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা, আহত এজন
বিশ্বনাথ, 25 জুলাইঃ বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুহিয়াবাৰীত পথ দুৰ্ঘটনা৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জিনজিয়া লৈ যোৱাৰ পথত কুহিয়াবাৰীৰ দ খাৱৈত বাগৰি পৰে এখন টাটা মেজিক৷ টাটা মেজিক খনৰ নম্বৰ As 12E 6155 ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত হয় চালক জন । স্থানীয় ৰাইজে দ খাৱৈৰ পৰা সংকটজনক অৱস্থাত চালক জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ কেটেলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
বিশ্বনাথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা, আহত এজন
বিশ্বনাথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা, আহত এজন
Intro:as_biswanath_25_802_accident_vis_byte_scept_as10018Body:as_biswanath_25_802_accident_vis_byte_scept_as10018Conclusion:as_biswanath_25_802_accident_vis_byte_scept_as10018
Breaking
বিশ্বনাথ কুহিয়াবাৰী পথ দুৰ্ঘটনাত আহত এজন
বিশ্বনাথ জিলা জিনজিয়া আৰক্ষী থানা অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ কুহিয়াবাৰীত পথ দুৰ্ঘটনা ।
আজি বিয়লি ৪ মান বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা জিনজিয়া লৈ যোৱা পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ কুহিয়াবাৰী দ খাৱৈত বাগৰি পৰে এখন টাটা মিজিক তাৰ ফলত গুৰুত্ব ভাৱে আহত চালক জন ।
স্থানীয় ৰাইজে দ খাৱৈ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ কেটেলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
টাটা মিজিক খনত নম্বৰ
As 12E 6155