ETV Bharat / state

আইন ভংগকাৰী বিৰুদ্ধে কঠোৰ বিশ্বনাথ জিলা পৰিবহণ বিভাগ - যান-বাহন আইন ভংগকাৰী

বিশ্বনাথত জিলা পৰিবহণ বিভাগ সাজু হৈছে যান-বাহন আইন ভংগকাৰী বিৰুদ্ধে । জিলা পৰিবহণ বিভাগৰ বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত এটা দলে সোমবাৰে বিহালী মোনাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উপস্থিত হৈ যান-বাহন আইন ভংগল কৰা গাড়ী সমূহ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয় ।

bishwanath District Transport Department
আইন ভংগকাৰী বিৰুদ্ধে কঠোৰ বিশ্বনাথ জিলা পৰিবহণ বিভাগ
author img

By

Published : Jun 15, 2021, 10:51 PM IST

বিশ্বনাথ, ১৫ জুন : বিশ্বনাথত জিলা পৰিবহণ বিভাগ সাজু হৈছে যান-বাহন আইন ভংগকাৰী বিৰুদ্ধে । জিলা পৰিবহণ বিভাগৰ বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত এটা দলে সোমবাৰে বিহালী মোনাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উপস্থিত হৈ যান-বাহন আইন ভংগল কৰা গাড়ী সমূহ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয় ।

bishwanath District Transport Department
আইন ভংগকাৰী বিৰুদ্ধে কঠোৰ বিশ্বনাথ জিলা পৰিবহণ বিভাগ

পৰিবহণ বিভাগে নতুন কৌশল স্পেইড গানৰ সহায়ত এতিয়া চিনাক্ত কৰিব যান-বাহন আইন ভংগ কৰা গাড়ী সমূহ । যি সমূহ গাড়ীয়ে আইন ভংগ কৰা গাড়ী সমূহৰ জৰিমনা বিহিবলৈও সাজু হৈছে বিশ্বনাথত জিলা পৰিবহণ বিভাগ ৷

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.