ETV Bharat / state

জিনজিয়া আৰক্ষীৰ সফলতাঃ হত্যাকাণ্ডৰ 7 ঘন্টাৰ ভিতৰতে আটক হত্যাকাৰী - bisawnath rape latest news

যোৱা ২৫ অক্টোৱৰ তাৰিখে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিজিকা কলাপানীত এখন দলঙৰ তলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি অঞ্চলটোৰ লোকসকলক খবৰ দিয়ে ৷ যদিও প্ৰায় 5 ঘন্টা পিছতহে পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ লগে লগে আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি কৰিধৰ্ষণকাৰী তথা হত্যাকাৰী ৰঞ্জিত সৎনামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জিনজিয়া আৰক্ষীৰ সফলতাঃহত্যাকাণ্ডৰ 7 ঘন্টাৰ ভিতৰত আটক হত্যাকাৰী
author img

By

Published : Oct 29, 2019, 7:24 PM IST

বিশ্বনাথ, 29 অক্টোবৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে ঘটনা ৷ বহু সময়ত আৰক্ষীৰ গাফিলতি বা লেহেমীয়া তদন্তৰ বাবে বহু অপৰাধী আইনৰ সৰুঙাৰে সৰি যোৱা বহু ঘটনা দেখিবলৈ পোৱা যায় ৷ কিন্তু আৰক্ষীৰ ওপৰত থকা এইসমূহ অভিযোগক কিছু ক্ষেত্ৰত ভুল প্ৰমাণিত কৰিলে বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষীয়ে ৷ জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধিৰ নেতৃত্বত জিনজিয়াত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ ৭ ঘন্টাৰ ভিতৰতে ধৰ্ষকাৰী চিনাক্ত কৰি কৰায়ত্ব কৰা ঘটনাই বিশ্বনাথ আৰক্ষী বিষয়া গৰাকীৰ কৰ্মনিষ্ঠাৰ প্ৰমাণ দাঙি ধৰিছে ৷

bisawnath rape accused got arrest within 7 hours
আৰক্ষী বিষয়া বিশ্বজিৎ মেধি

উল্লেখ্য যে, যোৱা ২৫ অক্টোৱৰ তাৰিখে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিজিকা কলাপানীত এখন দলংৰ তলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি অঞ্চলটোৰ লোকসকলক খবৰ দিয়ে যদিও প্ৰায় 5 ঘন্টা পিছতহে পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ লগে লগে আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ধৰ্ষণকাৰী তথা হত্যাকাৰী ৰঞ্জিৎ সৎনামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

bisawnath rape accused got arrest within 7 hours
অভিযুক্ত ৰঞ্জিত সৎনামী

ইতিমধ্যে অভিযুক্ত ৰঞ্জিৎ সৎনামীক গ্ৰেপ্তাৰ কৰি ন্যায়ালয় হাজিৰ কৰি 5 দিনৰ ন্যায়িক জিম্মাত লোৱা হয় ৷ জিনজিয়া আৰক্ষী থানাত অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:as_biswanath_801_29_oct_rape_photo_vis_scrpt_as10018Body:as_biswanath_801_29_oct_rape_photo_vis_scrpt_as10018Conclusion:ac_
কুখ্যাত ধৰ্ষনকাৰীক চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম জিনজিয়া আৰক্ষী ।
পাচ দিনৰ বাবে আৰক্ষীক জিম্বাত ধৰ্ষকাৰী
vo_1_
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে ঘটনাই ।
বহু সময়ত আৰক্ষী গাফিলতি বা আৰক্ষী লেহেমীয়া গতি তদন্ত বাবে বহু অপৰাধী বিভিন্ন সময়ত আইনৰ পৰা বাচি যোৱা বহু ঘটনা দেখিবলৈ পোৱা যায় ।
কিন্তু বিশ্বনাথ জিলা জিনজিয়া আৰক্ষীয়ে তাৰ প্ৰমাণ কৰি দেখুৱালে অপৰাধী কেতিয়াও যে আৰক্ষী বা তদন্ত পৰা বাচি যাব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুৱালে এই জন আৰক্ষী বিষয়াই ।
উল্লেখযোগ্য যে বিশ্বনাথৰ জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধি নেতৃত্বত এটা ধৰ্ষণকাণ্ডৰ ঘটনা সংঘটিত হোৱা পাছত ৭ ঘন্টাৰ ভিতৰতে ধৰ্ষকাৰী চিনাক্ত কৰি
কৰায়ত্ব কৰা ঘটনাই বিশ্বনাথ আৰক্ষী বিষয়া গৰাকীয়ে প্ৰশংসা পাবলৈ সক্ষম হৈছে ।
ঘটি অনুসৰি
যোৱা ২৫ অক্টোৱৰ তাৰিখে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিজিকা কলাপানীত এখন দলংৰ তলত উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহৰ ।
প্ৰায় ১৪ বছৰীয়া আছিল কিশোৰী গৰাকী মৃতদেহলৈ লক্ষ্য কৰি ।
কিন্তু সেই ঘটনা খবৰ লাভ কৰি জিনজিয়া আৰক্ষী বিষয়া গৰাকী ঘটনা স্হলীত উপস্থিত হৈ নিজেই মৃতদেহ হাৰে ধৰি দেহৰ অংগ সমুহ কাপোৰ দি ধাকি দিয়া লগেতে মৃতদেহ টো চিনাক্ত কৰিবলৈ অঞ্চলৰ লোক সকলক খবৰ দিছিল যদিও প্ৰায় ৫ ঘন্টা পাছতে হে মৃতদেহ টো চিনাক্ত কৰিবলৈ সক্ষম হৈছিল পৰিয়ালৰ লোকে ।
চিনাক্ত হোৱা লগে লগে আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে
ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি
বলাৎকাৰী তথা হত্যাকাৰী ৰঞ্জিত সৎনামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
মৃতদেহ উদ্ধাৰৰ মাথোঁ ৭ ঘন্টাৰ পিছতে অপৰাধীক গ্ৰেপ্তাৰ ঘটনাই এতিয়া ৰাইজৰ পৰা প্ৰংশসা লবলৈ সক্ষম হৈছে ।
ইতিমধ্যে অপৰাধীটো গ্ৰেপ্তাৰ কৰি ন্যায়ালয় হাজিৰ কৰি আৰক্ষী জিম্বাত লয় ৫ দিনৰ বাবে ইতিমধ্যে জিনজিয়া আৰক্ষী থানাত ৰাখি অধিক তথ্য বাবে সোধ -পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ‌।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.