ETV Bharat / state

প্ৰকৃতি সংৰক্ষণ কৰক, উজানত উঠা মাছ নামাৰিব: বকুল গগৈ

শনিবাৰে গহপুৰৰ ডুবিয়াত বৃক্ষ মানৱ বকুল গগৈয়ে উদযাপন কৰে জৈৱ বৈচিত্ৰ দিৱস । প্ৰকৃতি সংৰক্ষণ কৰাৰ লগতে অসমৰ জনসাধাৰণক জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ আহ্বান বৃক্ষ মানৱ বকুল গগৈৰ ৷

author img

By

Published : May 23, 2021, 12:20 PM IST

প্ৰকৃতি সংৰক্ষণ কৰক, উজানত উঠা মাছ নামাৰিব:বকুল গগৈ

বিশ্বনাথ,23 মে’: শনিবাৰে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলে উদযাপন কৰে জৈৱ বৈচিত্ৰ দিৱস ৷ ৰাইজক প্ৰকৃতি সংৰক্ষণ তথা ইয়াৰ সুৰক্ষাৰ প্ৰতি সজাগ-সচেতন কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গহপুৰৰ ডুবিয়াত শনিবাৰে বৃক্ষ মানৱ বকুল গগৈয়ে উদযাপন কৰে জৈৱ বৈচিত্ৰ দিৱস ।

জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে বৃক্ষ মানৱ বকুল গগৈৰ আহ্বান

বৃক্ষ মানৱ বকুল গগৈয়ে প্ৰকৃতি সংৰক্ষণ কৰাৰ লগতে অসমৰ জনসাধাৰণক জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ আহ্বান জনায় । আনকি উজানত উঠা মাছ নামাৰিবলৈও আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ।

উল্লেখ্য যে, ‘‘আমাৰ বনানী’’ নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সঞ্চালক বকুল গগৈয়ে গহপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি ৰাইজৰ মাজত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: ৰঙিয়াত‌ উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.