ETV Bharat / state

বিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ - Assam assembly election

দেওবাৰে মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বিহালীত উপস্থিত হয় চি পি আই (এম এল) লিবাৰেচন দলৰ সৰ্বভাৰতীয় সম্পাদক দিপাংকৰ ভট্টাচাৰ্য, চি পি আই (এম এল) দলৰ কেন্দ্ৰীয় সদস্য মহম্মদ চেলিম, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ, প্ৰাক্তন বিধায়ক বৰ্ণবাস তাঁতি, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু প্ৰেমলাল গঞ্জু লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰণৱ চৌধুৰী ৷

as_biswanath_bihali-baghmari-bibek-das-election-campaign_img_as10018
বিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ
author img

By

Published : Mar 22, 2021, 9:41 AM IST

বিশ্বনাথ, 22 মাৰ্চ: বিহালীত ৰাইজে এইবাৰ দুটা বিহু পাতিব ৷ ৰঞ্জিত দত্ত বিহালীৰ বৰালি মাছ ৷ এটা পুখুৰীত যেনেকৈ বৰালী মাছৰ সৈতে আন মাছ ৰাখিলে আন মাছ খাই পেলায় সেইদৰে ৰঞ্জিত দত্তই সমগ্ৰ বিহালীৰ উন্নয়নৰ টকা খাই খাই বৰালী মাছলৈ পৰিণত হৈছে ৷ সেয়েহে এইবাৰ ৰঞ্জিত দত্তক আঁতৰাই বিহালীৰ ৰাইজে বিহু পাতিব ৷ এই মন্তব্য সমষ্টিটোৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ ৷

as_biswanath_bihali-baghmari-bibek-das-election-campaign_img_as10018
বিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ

দেওবাৰে মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বিহালীত উপস্থিত হয় চি পি আই (এম এল) লিবাৰেচন দলৰ সৰ্বভাৰতীয় সম্পাদক দিপাংকৰ ভট্টাচাৰ্য, চি পি আই(এম এল) দলৰ কেন্দ্ৰীয় সদস্য মহম্মদ চেলিম, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ, প্ৰাক্তন বিধায়ক বৰ্ণবাস তাঁতি, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু প্ৰেমলাল গঞ্জুৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰণৱ চৌধুৰী ৷

আনহাতে দিপাংকৰ ভট্টাচাৰ্যই বিজেপি দলৰ ক্ষুৰধাৰ সমালোচনা কৰি মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবৰ বাবে বিহালীবাসী ৰাইজক আহ্বান জনায় ৷ একেদৰে সাংসদ আব্দুল খালেকে মন্ত্ৰী ৰঞ্জিত দত্তৰ জলসিঞ্চন বিভাগৰ ৩ শতাংশ কেলেংকাৰীৰ যোগ্য প্ৰতুত্তৰ বিহালী বাসীয়ে দিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জানিব দিয়ে ৷

লগতে পঢ়ক-লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই : প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.