ETV Bharat / state

বিশ্বনাথত আটছাৰ কৰম সন্মিলন

author img

By

Published : Sep 21, 2019, 10:31 PM IST

22 চেপ্তেম্বৰত অৰ্থাৎ সন্মিলৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা , উপস্থিত থকিবলৈ বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে

বিশ্বনাথত আটছাৰ কৰম সন্মিলন

বিশ্বনাথ, 21 চেপ্তেম্বৰঃ অসম জনজাতি ছাত্ৰ সন্থা (আটছা ) কেন্দ্ৰীয় সমিতি উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰাজ্যিক ভিত্তিত কৰম সন্মিলন ৷ শনিবাৰৰ পৰা চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছে কৰম সন্মিলন । সন্মিলনৰ পুৱা পতাকা উত্তোলন কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰে ৷ সাংস্কৃতিক পতাকা উত্তোলন কৰে কাৰ্য কৰী সভাতি পংকজ মহান্দই । শ্বহীদ তৰ্পন কৰে আটছা কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক পনৱ বেদিয়াই ।

আনহাতে এই কাৰ্যসূচী লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কৰে বিশিষ্ট সমাজ কৰ্মী তথা গ্ৰীণ আচিয়ানা স্বাত্বাধিকাৰী কিশোৰ হাজৰিকাই । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচী অহা ২২ চেপ্তেম্বৰত সামৰণি পৰিব ।

22 চেপ্তেম্বৰত অৰ্থাৎ সন্মিলৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী লগতে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা , উপস্থিত থকিবলৈ বুলি জানিবলৈ দিয়ে উদ্যোগতা সমিতিয়ে ।

Intro:as_biswanath_801_21_seb_Karam_Puja_vis_byte_photo_scrpt_dl_as10018Body:as_biswanath_801_21_seb_Karam_Puja_vis_byte_photo_scrpt_dl_as10018Conclusion:as_biswanath_801_21_seb_Karam_Puja_vis_byte_photo_scrpt_dl_as10018

বিশ্বনাথৰ বেদেতী অসম চাহ ৰাজ্যিক ভিত্তিত কৰম সন্মিলন আৰম্ভ

অসম জনজাতি ছাত্র সন্থা (আটছা ) কেন্দ্ৰীয় সমিতি উদ্যোগত দ্বিতীয় বাৰ্ষিক
ৰাজ্যিক ভিত্তিত কৰম সন্মিলন
আজি পৰা আৰম্ভ হৈছে
বেদেতী চাহ বাগিচাৰ খেল পথাৰত ।
পুৱা পতাকা উত্তোলন কৰে আটছা কেন্দ্ৰীয় সমিতি সভাপতি ৰাজেন কুমাৰে সাংস্কৃতিক পতাকা উত্তোলন কৰে কাৰ্য কৰী সভাতি পংকজ মহান্দই ।
ইফালে শ্বহীদ তৰ্পন কৰে আটছা কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক পনৱ বেদিয়াই ।
আনহাতে এই কাৰ্যসূচী লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কৰে বিশিষ্ট সমাজ কৰ্মী তথা গ্ৰীণ আচিয়ানা স্বাত্বাধিকাৰী কিশোৰ হাজৰিকাই ।
ইফালে দুদিনীয়া কৈ আৰম্ভ হোৱা কাৰ্যসূচী অহা ২২ ছেপ্টেম্বৰত সামৰণি পৰিব ।
অসম চৰকাৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত সভাপতি উদযাপন সমিতি অনুষ্ঠিতটোত
কাইলৈ অসমৰ মুখ্যমন্ত্ৰী লগতে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ৰাজ্য সভা সাংসদ কামাখ্যা প্ৰসাদ তাছা , উপস্থিত থকা কথা সমিতিয়ে জানিবলৈ দিয়ে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.