ETV Bharat / state

শ্বহীদ নীৰজ চেত্ৰীৰ গৃহত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 7, 2019, 9:51 PM IST

ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে লগতে পৰিয়ালটোৰ সংস্থাপনৰ ক্ষেত্ৰত বিবেচনা কৰাৰ কথাও প্ৰকাশ কৰে৷

শ্বহীদ নীৰজ চেত্ৰীৰ গৃহত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ, 7 জুনঃ শুকুৰবাৰে শ্বহীদ নীৰজ চেত্ৰী বাসগৃহত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ পল্লৱলোচন দাস আৰু প্ৰমিলাৰাণী ব্ৰহ্ম ৷ কাউৰী পথাৰৰ জোৱানজনৰ গৃহত উপস্থিত হৈয়ে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে শ্বহীদ গৰাকীৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে লগতে পৰিয়ালটোৰ সংস্থাপনৰ ক্ষেত্ৰত বিবেচনা কৰাৰ কথাও প্ৰকাশ কৰে৷

Intro:as_biswanath_7_june_hemanta_photo_home_as10018

Body:as_biswanath_7_june_hemanta_photo_home_as10018

Conclusion:স্বহীদ নীৰজ চেত্ৰী বাসগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত ।
ইজন পিচত সিজন এতিয়া গহপুৰ কাউৰী পথাৰ স্বহীদ নীৰজ চেত্ৰী বাসগৃহত ।
যোৱা ১ জুনত ঝাৰখাণ্ডত মাওবাদী আৰু ssb মাজত মুখামুখি সংঘৰ্ষ ফলত মৃত্যু বৰণ কৰিছিল কাউৰী পথাৰ জোৱান নীৰজ চেত্ৰী । কালি
মুখ্য মন্ত্ৰী অহা পিচতে
আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত হৈ স্বহীদ জনৰ প্ৰতি ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ‌।

বাইট- হিমন্ত বিশ্ব শৰ্মা
প্ৰমিলাৰাণী
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.