ETV Bharat / state

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক

বাছৰ ভিতৰতে যাত্ৰীৰ আগত আঠুলৈ ক্ষমা ভিক্ষা বাছ চালকৰ ৷ ক্ষুদ্ধ বাছযাত্ৰীৰ ক্ষোভৰ সন্মুখীন চালকৰ লগতে হেণ্ডিমেন৷

author img

By

Published : May 3, 2019, 7:29 AM IST

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক

বিশ্বনাথ, 3 মেঃ বাছৰ ভাড়া বৃদ্ধিক লৈ বিশ্বনাথত উত্তপ্ত পৰিস্থিতি ৷ দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰিআলি অভিমুখী যাত্ৰীবাহী বাছৰ অধিক নিৰিখ তথা চালকে ইচ্ছা অনুযায়ী বাছ ভাড়া আদায় কৰাৰ ফলত ক্ৰমাৎ ক্ষুদ্ধ হৈ পৰিছিল জনতা ৷ পৰিবহণ বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰা হৈছিল যদিও বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত বৃহস্পতিবাৰে বিশ্বনাথৰ টৌভঙাত চলন্ত বাছত সাধাৰণ যাত্ৰীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে ৷

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক

আৰু পঢ়ক গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

বৃহস্পতিবাৰে উত্তেজিত ৰাইজে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী AS-12-AC-9537 নাম্বাৰৰ সুৰুজ ট্ৰেভেলাৰ নামৰ আল্ট্ৰা বাছখন ৰখাই গাড়ী চালক তথা হেণ্ডিমেনক প্ৰহাৰ কৰে৷ অভিযোগ অনুসৰি গাড়ীৰ চালক তথা হেণ্ডিমেনে বহু দিনৰ পৰা যাত্ৰীক অধিক ভাড়া বিছাৰি দুৰ্ব্যৱহাৰ কৰি আহিছে ৷ ফলত জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে বাছখনৰ কৰ্মচাৰী ওপৰত ।

পৰৱৰ্তী সময়ত চালক হেণ্ডিমেনক সকীয়নি দিয়াৰ লগতে যাত্ৰী সকলক টিকট প্ৰদানৰ কথা বুজাই ৰেহাই দিয়ে৷

slug_as_bsw_2m_1_6_vis_photo_scrp_as10018

Breaking 

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত 
টৌভঙাত 
উত্তপ্ত পৰিস্থিতি/ 
শতাধিক 
উত্তেজিত  ৰাইজে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী যাত্ৰীবাহী বাছৰ চালক, হেন্দিমেন, চেকাৰক প্ৰহাৰ
আঢুকাঢ়ি ক্ষমা যাত্ৰী ওচৰত গাড়ী চালক চেকাৰ 
Vo_1
চকুমুদা কুলিৰ ৰূপত পৰিবহন বিভাগ 
তেজপুৰ পৰা বিশ্বনাথ চাৰিআলি লৈ  ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বাছ  ভাড়া  আদায় যাত্ৰীৰ পৰা
নিমাত, নিষ্ক্ৰিয় জিলা-মহকুমা প্ৰশাসন! 
 সাধাৰণ বাছযাত্ৰীৰ কথা ভাবিবলৈ আহৰি নাই
জিলা প্ৰশাসনৰ কিম্বা দল সংগঠনৰ ।
উল্লেখযোগ্য যে তেজপুৰৰ পৰা লক্ষিমপুৰলৈ দৈনিক চলাচল কৰা যাত্ৰীবাহী বাছসমুহে হঠাৎ বাছৰ ভাড়া বৃদ্ধি কৰিছিল কিছুদিন পূৰ্বে  তাক বহু প্ৰতিবাদ হৈছিল যদিও গা লৰচৰ নহল জিলা প্ৰশাসনৰ ।
অৱশেষত জনতাই ললে নিজা সিদ্ধান্ত । বিভিন্ন সময়ত জিলা প্ৰশাসনক 

 সাধাৰণ যাত্ৰীসকলে বাছ ভাড়া বৃদ্ধি কৈ অৱগত কৰি আহিছিল যদিও আজি লৈকে কোনো জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত বৃস্হপতি বাৰে নিজা সিদ্ধান্ত ললে বিশ্বনাথৰ চতিয়া সমষ্টিৰ টৌভঙা ৰাইজে ।

বৃস্হপতি বাৰে হঠাৎ  উত্তপ্ত হৈ পৰে টৌভঙা ৰাজপথ  । 

লক্ষ্যণীয় বিষয়টো হ'ল 

এই ক্ষেত্ৰত ৰাজ্যৰ পৰিবহন বিভাগে যি দায়িত্ব পালন কৰিব লাগিছিল, সেই দায়িত্ব পালন কৰা দেখা পোৱা নগল আজিলৈকে  । দীৰ্ঘদিন ধৰি সাধাৰণ যাত্ৰী সকলে জিলা প্ৰশাসনক এই অত্যধিক বাছ ভাড়া কথা অৱগত কৰি আহিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাত  বিশ্বনাথৰ টৌভঙাত সাধাৰণ যাত্ৰীৰ ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গ'ল  । অধিক নিৰিখৰ ভাড়া বিচাৰি ইতিমধ্যে বাছ পৰিচালক সকলে যাত্ৰীক অভব্য আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বৃস্হপতি বাৰে  টৌভঙাত উত্তেজিত ৰাইজেতেজপুৰ পৰা  বিশ্বনাথ চাৰিআলি অভিমুখী AS-12-AC-9537 নাম্বাৰৰ সুৰুজ ট্ৰেভেলাৰ নামৰ যাত্ৰীবাহী আল্ট্ৰা
বাছ খন ৰখাই গাড়ী চালক, চেকাৰক প্ৰহাৰ কৰে ।
 বাছ খনৰ চালক তথা চেকাৰে অধিক বাছ 
ভাড়া লোৱাৰ অভিযোগক কেন্দ্ৰ কৰি স্থানীয়   জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে বাছ খনৰ কৰ্মচাৰী ওপৰত । 
 একাংশ উত্তেজিত  যাত্ৰী আৰু স্থানীয় ৰাইজে  গাড়ী চালক, চেকাৰক ধৰি উত্তৰ মাধ্যম দিয়ে ।
উত্তেজিত জনতাই গাড়ী চালক ও চেকাৰক আঠু কঢ়াই সকীয়নি দিয়ে যাতে অনাগত দিনত অধিক বাছ ভাড়া সংগ্ৰহ নকৰা লগতে ধন লোৱা সময়ত যাত্ৰী সকলক  টিকট প্ৰদান কৰিব লাগিব । 
জানিব পৰা মতে বাছ খন বিশ্বনাথ চাৰিআলিৰ ম: চাদাম হুছেইনৰ ।
আনহাতে 
এই বাছখনৰ বিৰুদ্ধে পূৰ্বেও যাত্ৰী সকলৰ পৰা অধিক ভাড়া লোৱা অভিযোগ উত্থাপিত হৈ আহিছে । ইফালে  বাছ  ভাড়া চালক চেকাই বাছ ভাড়া   অধিক লোৱাৰ কথা স্বীকাৰ কৰাত হে ৰাইজে   বাছ খনৰ চালক চেকা ৰেহাই দিয়ে ।

বাইট- ভুক্ত ভোগী 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
বি: ভিডিঅ প্ৰেৰণ FTP
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.