- গহপুৰৰ হেলেমত বাছ আৰু চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ
- AS 07 AC 0377 নম্বৰৰ টুক টুক নামৰ বাছখন আৰু NL01 AC 1958 নম্বৰৰ ট্ৰাকৰ মাজত হেলেম থানাৰ সমীপত দুৰ্ঘটনা
- আহত বাছখনৰ কেইবাগৰাকীও যাত্ৰী
- আহতসকলক চিকিৎসাৰ বাবে গহপুৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ
গহপুৰত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ - gohpur
AS 07 AC 0377 নম্বৰৰ টুক টুক নামৰ বাছখন আৰু NL01 AC 1958 নম্বৰৰ ট্ৰাকৰ মাজত হেলেম থানাৰ সমীপত দুৰ্ঘটনা ৷ আহত বাছখনৰ কেইবাগৰাকীও যাত্ৰী ৷
গহপুৰত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
- গহপুৰৰ হেলেমত বাছ আৰু চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ
- AS 07 AC 0377 নম্বৰৰ টুক টুক নামৰ বাছখন আৰু NL01 AC 1958 নম্বৰৰ ট্ৰাকৰ মাজত হেলেম থানাৰ সমীপত দুৰ্ঘটনা
- আহত বাছখনৰ কেইবাগৰাকীও যাত্ৰী
- আহতসকলক চিকিৎসাৰ বাবে গহপুৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ
Intro:BREAKINGBody:BREAKINGConclusion:BREAKING
গহপুৰ
হেলেমত আলট্ৰা বাছ আৰু চিলিণ্ডা ভৰ্তি ট্ৰাকৰ মাজত মূখামূখি সংঘৰ্ষ।
AS 07 AC 0377 নম্বৰৰ টুক টুক নামৰৰ বাছ খনৰ আৰু NL01 AC 1958 নম্বৰৰ ট্ৰাকৰ মাজত হেলেম থানাৰ সমীপত এই সংঘৰ্ষ হয় ।
বাছ খনৰ বহু যাত্ৰী গুৰুত্বৰ বাবে আহত হয়
আহত সকলক গহপুৰ মহকুমা চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে ।