ETV Bharat / state

বনবিভাগৰ সফলতা, বিশ্বনাথত আটক চোৰাং চিকাৰী - বিশ্বনাথৰ চতিয়া

BISWANATH RHINO POACHER ARREST

চিকাৰী আটক
author img

By

Published : Jul 13, 2019, 9:48 PM IST

Updated : Jul 14, 2019, 12:01 AM IST

21:40 July 13

বিশ্বনাথৰ চতিয়াত অস্ত্ৰসহ দুই চোৰাং চিকাৰী আটক

  • বিশ্বনাথৰ চতিয়াত অস্ত্ৰসহ দুই চোৰাং চিকাৰী আটক 
  • চতিয়াৰ কুমলীয়াৰ পৰা আটক কৰে  চিকাৰী দুজনক
  • লগতে উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল , ১৬ জাই সজীৱ গুলী, এডাল চাইলেঞ্চাৰ, এখন ৰাবাৰ ব'ট সহ এটা পাম চেট আৰু ৫০ হাজাৰ নগদ টকা
  • ধৃত চিকাৰী দুটাৰ নাম য়াকুব আলি আৰু কাছেম আলি
  • ধৃত চিকাৰী দুজনৰ ঘৰ ভোজমাৰীত
  • চতিয়া আৰক্ষী আৰু বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় চিকাৰী দুজন
  • গুৱাহাটীৰ হাতিগাৱৰ পৰা গ্ৰেপ্তাৰ কৰা টাইখো জিমমি নামৰ নাগা চিকাৰিজনৰ স্বীকাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে
  • কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত সংঘটিত হোৱা গড় হত্যাৰ লগত জড়িত দুয়োজন 

Intro:ৰাইফল সহ আটকBody:বিশ্বনাথত চোৰাং চিকাৰী ।Conclusion:Breaking

বিশ্বনাথৰ চতিয়াত অস্ত্ৰসহ দুই চোৰাং চিকাৰী আটক ৷
# চতিয়াৰ কুমলীয়াৰ পৰা আটক দুই চিকাৰী
# ধৃত চিকাৰী দুটাৰ নাম য়াকুব আলি আৰু কাছেম আলি
# দুই চিকাৰীৰ ঘৰ ভোজমাৰীত। ভোজমাৰীৰ পৰাই উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল , ১৬ জাই সজীৱ গুলী, এডাল চাইলেঞ্চাৰ, এখন ৰাবাৰ ব'ট সহ এটা পাম চেট আৰু ৫০ হাজাৰ নগদ টকা ৷
# চতিয়া আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুই চিকাৰীক
# গুৱাহাটীৰ হাতিগাৱৰ পৰা গ্ৰেপ্তাৰ কৰা টাইখো জিমমি নামৰ নাগা চিকাৰিজনৰ স্বীকাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দুয়োক ৷
# কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত সংঘটিত হোৱা গড় হত্যাৰ লগত জড়িত দুয়োজন ৷
Last Updated : Jul 14, 2019, 12:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.