ETV Bharat / state

বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2019, 10:34 PM IST

বনভূমিত আদিবাসীসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।প্ৰতিবাদকাৰীসকলে চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

বিশ্বনাথ, 10 জুলাই: বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ ৷ বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত কঁপি উঠিল বিশ্বনাথ ৷ বনভূমিত আদিবাসীসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

প্ৰতিবাদকাৰীসকলে চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

Intro:as_biswanath_10_july_802_protest_vis+byte_scrpt_as10018
Body:as_biswanath_10_july_802_protest_vis+byte_scrpt_as10018
Conclusion:as_biswanath_10_july_802_protest_vis+byte_scrpt_as10018

Breaking
বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

আজি
সহস্ৰাধিক আদিবাসীৰ প্ৰতিবাদত কপিঁ উঠিল বিশ্বনাথ।
আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হয় ।
আজি
আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত
বনভূমিত মাটি অধিকাৰৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী।

প্ৰতিবাদকাৰী সকলে চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়লৈ আহে।
এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত কাৰ্যালয় চৌহদত কপাই তুলে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.