ETV Bharat / state

74 সংখ্যক স্বাধীনতা দিৱসক লৈ বিশ্বনাথত প্ৰশাসনৰ ব্যাপক তৎপৰতা

স্বাধীনতা দিৱসক লৈ বিশ্বনাথত ব্যাপক তৎপৰতা ৷ জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হ'ব নোৱাৰে তাৰবাবে জিলাখনত প্ৰশাসনৰ ফালৰ পৰা তালাচী অভিযান অব্যাহত আছে ৷

74 th Independent day celebration in Biswanath
74 সংখ্যক স্বাধীনতা দিৱসক লৈ বিশ্বনাথত প্ৰশাসনৰ ব্যাপক তৎপৰতা
author img

By

Published : Aug 14, 2020, 9:17 PM IST

বিশ্বনাথ, 14 আগষ্ট : দেশৰ জটিল পৰিস্থিতিৰ মাজতে সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসত যাতে অসমত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে চোকা দৃষ্টি নিক্ষেপ কৰিছে ৷

74 সংখ্যক স্বাধীনতা দিৱসক লৈ বিশ্বনাথত প্ৰশাসনৰ ব্যাপক তৎপৰতা

বিশ্বনাথ জিলাতো প্ৰশাসনৰ ফালৰ পৰা স্বাধীনতা দিৱসক লৈ ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহয় তাৰবাবে জিলা প্ৰশাসনে তন্নতন্নকৈ সকলো ৰে'ল ষ্টেচন,প্ৰতিখন বাহন তথা যাত্ৰীক পৰীক্ষা কৰা পৰিলক্ষিত হৈছে ৷

শুকুৰবাৰে জিলাখনত এটা বিশেষ আৰক্ষী আৰু সেনাবাহিনী দলে তন্নতন্নকৈ সকলো অঞ্চল পৰীক্ষা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.