ETV Bharat / state

বিশ্বনাথৰ ওপৰ বাঘমৰাত হেৰ'ইন সহ আটক 4 সৰবৰাহকাৰী

author img

By

Published : Oct 26, 2020, 2:58 PM IST

বিশ্বনাথ জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মোজাফৰ হুছেইন আৰু জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধীৰ নেতৃত্বত এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলায় ৷ অভিযানকালত AS-01LC-7080 নম্বৰৰ এখন ছুইফট ডিজায়াৰ গাড়ীৰে গুৱাহাটীৰ পৰা বান্দৰদোৱালৈ গৈ থকা অৱস্থাত সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷

4 suppliers detained with heroin in  Bishwanath
বিশ্বনাথৰ ওপৰ বাঘমৰাত হেৰ'ইন সহ আটক 4 সৰবৰাহকাৰী

বিশ্বনাথ,26অক্টোবৰঃ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ওপৰ বাঘমৰাত সোমবাৰে পুৱতি নিশা হেৰ'ইনসহ আটক কৰা হয় 4জনকৈ সৰবৰাহকাৰীক ৷ বিশ্বনাথ জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মোজাফৰ হুছেইন আৰু জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধীৰ নেতৃত্বত এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলায় ৷ অভিযান কালত AS-01LC-7080 নম্বৰৰ এখন ছুইফট ডিজায়াৰ গাড়ীৰে গুৱাহাটীৰ পৰা বান্দৰদোৱালৈ গৈ থকা অৱস্থাত সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷

লগতে পঢ়কঃমালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

ইপিনে,আটক হোৱা সৰবৰাহকাৰী কেইজন ইক্ৰাজুল হক,মিনা বড়ী,ৰহমান গাম আৰু মনোজ কুমাৰ দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে,সৰবৰাহকাৰী কেইজনৰ পৰা ৪৩ টা প্লাষ্টিক কণ্টেইনাৰ পৰা 4গ্ৰাম হিৰ'ইনৰ লগতে মিনা বড়ী নামৰ মহিলাগৰাকীৰ এটা চাবোনৰ বাকচৰ পৰা 12 গ্ৰাম হিৰ'ইন জব্দ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.