ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্য ৰোধৰ দাবীত শাসিত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সদস্যসকলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Feb 18, 2021, 7:37 AM IST

বৰপেটা,18 ফেব্ৰুৱাৰী: পেট্ৰ’ল-ডিজেলৰ মূল্য নাটকীয়ভাৱে হ্ৰাস কৰা, ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু আলুৰ দামৰ এমএছপি নিৰ্ধাৰণ নকৰাৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ বুধবাৰে বৰপেটাত জিলা যুৱ কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে ৰাজপথত বাইক ঠেলি নি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ উৰ্ধগামী মূল্য ৰোধত শাসিত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ ইপিনে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা চান্দা কালেকচনৰ মাষ্টৰ: লুৰিণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.