ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে কোনে কোনে লাভ কৰিব বিজেপিৰ টিকট

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা
author img

By

Published : Mar 5, 2019, 8:33 PM IST

বৰপেটা, ৫ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ভিৰ কৰিছে নেতা-মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ৷ পিছে বিজেপিৰ প্ৰাৰ্থীত্ব পাবলৈ নালাগে কোনো নেতাৰ চুপাৰিছ ৷ মঙলবাৰে বৰপেটাত এই কথা অৱগত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে ৷ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা ৷ তিনিটাকৈ গাণনিকৰ দলে সমষ্টিয়ে সমষ্টিয়ে গৈ মানুহৰ মনৰ বুজ লৈ প্ৰস্তুত কৰিব প্ৰাৰ্থীৰ তালিকা ৷

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা
প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ নাম তালিকাত অন্তৰ্ভূক্ত কৰি প্ৰাৰ্থীৰ পেনেল ৰাষ্ট্ৰীয় সমিতিত দাখিল কৰিব গাণনিক দলকেইটাই ৷ তাৰ পাচতহে ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব প্ৰাৰ্থীৰ নাম আৰু ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে আলেচনা কৰিহে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি উলিওৱা হ'ব ।

Slug:   A_BAR_5MARCH_803_BARPETA_LOK_SABHA_ELECTION_RANJIT_DAS_BITE_BAPKAN_DAS_DAS                              

কোনে পাব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বঃ সমষ্টিয়ে সমষ্টিয়ে চলি আছে ছাৰ্ভে ৷

বৰপেটা, ৫ মাৰ্চঃ লোকসভা নিৰ্বাচন সমাগত ৷ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাসীসকলে ভীৰ কৰিছে নেতা-মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ৷ পিছে বিজেপিৰ প্ৰাৰ্থীত্ব পাবলৈ নালাগে কোনো নেতাৰ চুপাৰিছ ৷ আজি বৰপেটাত এই কথা জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে জনালে এই কথা ৷ ৰনজিৎ কুমাৰ দাসে কলে-  নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে চলি আছে ছাৰ্ভে ৷ তিনিটা ছাৰ্ভেৰ দলে সমষ্টিয়ে সমষ্টিয়ে গৈ মানুহৰ মনৰ বুজ লৈ প্ৰস্তুত কৰিব প্ৰাৰ্থী তালিকা ৷ প্ৰতিটো সমষ্টিৰ বাবে তিনিটা নাম তালিকাত অন্তৰ্ভূক্ত কৰি প্ৰাৰ্থীৰ পেনেল ৰাষ্ট্ৰীয় সমিতিত দাখিল কৰিব ৷ তাৰপিচতে ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব প্ৰাৰ্থীৰ নাম ৷ এইবিষয়ে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে আলেচনা কৰি চূড়ান্ত কৰিব প্ৰাৰ্থীৰ নাম ৷ আনহাতে পেনেলত থকা তিনিজন প্ৰাৰ্থীৰ ভিতৰৰ এজনে প্ৰাৰ্থীত্ব পোৱাতো নিশ্চিত বুলি প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে৷

বাইটঃ ৰনজিৎ কুমাৰ দাস ৷                                      
 --- বাপকন দাস, বৰপেটা                                                                 
 বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.