ETV Bharat / state

প্ৰশাসনিক বিষয়া হোৱাৰ মন দশম স্থানপ্ৰাপ্ত উদিপ্তৰ - etv bharat assam

পাঠশালাৰ মিলনপুৰত অৱস্থিত জাতীয় বিদ্যালয়ৰ এক অতি সাধাৰণ পৰিবেশৰ পৰা উদিপ্তই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্বাভাৱিকতেই উদিপ্তৰ এই সাফল্যত বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক তথা অভিভাৱকসকলে উদিপ্তকলৈ পাঠশালাৰ ৰাজপথত এক সমদল উলিয়ায় ৷

পাঠশালা মান অক্ষুন্ন ৰাখিলে দশম স্থান প্ৰাপ্ত উদিপ্তই
author img

By

Published : May 15, 2019, 11:47 AM IST

পাঠশালা , 15 মে': শিক্ষা নগৰী পাঠশালাৰ মান অক্ষুণ্ণ ৰাখিলে পাঠশালা জাতীয় বিদ্যালয়ৰ ছাত্ৰ উদিপ্ত কলিতাই ৷ পাঠশালা মিলনপুৰ বাসিন্দা তথা শিক্ষক মতিন্দ্ৰ কলিতাৰ পুত্ৰ উদিপ্ত কলিতাই সৰ্বমুঠ 584 নং লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

পাঠশালা মান অক্ষুন্ন ৰাখিলে দশম স্থান প্ৰাপ্ত উদিপ্তই

ভৱিষ্যতে এগৰাকী সু নাগৰিক আৰু প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে উদিপ্তই লগতে উদিপ্তই বজালী মহাবিদ্যালয়ত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷ ইপিনে এই সফলতাৰ ক্ষেত্ৰত উদিপ্তৰ পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশেষভাৱে সহায় কৰিছিল বুলি উদিপ্তই জনায় ৷ উল্লেখযোগ্য যে পাঠশালাৰ মিলনপুৰত অৱস্থিত জাতীয় বিদ্যালয়ৰ এক অতি সাধাৰণ পৰিবেশৰ পৰা উদিপ্তই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্বাভাৱিকতেই উদিপ্তৰ এই সাফল্যত বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক তথা অভিভাৱকসকলে উদিপ্তকলৈ পাঠশালাৰ ৰাজপথত এক সমদল উলিয়ায় ৷

Intro:Pathsala hslc 10 th position

পাঠশালা মান অক্ষুন্ন ৰাখিলে দশম স্হান প্ৰাপ্ত উদিপ্ত ই llBody:Pathsala hslc 10 th position

পাঠশালা ১৫মে: শিক্ষা নগৰী পাঠশালা ৰ মান অক্ষুণ্ণ ৰাখিলে পাঠশালা জাতীয় বিদ্যালয় ৰ ছাত্ৰ উদিপ্ত কলিতা ই l পাঠশালা মিলনপূৰ বাসিন্দা তথা শিক্ষক মতিন্দ্ৰ কলিতাৰ পুত্ৰ উদিপ্ত কলিতা ই সৰ্বমুঠ 584 নং লাভ কৰি এই সফলতা কৰিবলৈ সক্ষম হৈছে l ভৱিষ্যতে এগৰাকী সু নাগৰিক অাৰু প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে উদিপ্ত ই l ভৱিষ্যতে উদিপ্ত ই বজালী মহাবিদ্যালয় ত নামভৰ্ত্তি কৰিব বুলি জানিবলৈ দিছে l এই সফলতাৰ ক্ষেত্ৰত উদিপ্ত ৰ পিতৃ মাতৃ অাৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বিশেষ ভাৱে সহায় কৰিছিল বুলি উদিপ্ত ই জানিবলৈ দিছে l উল্লেখযোগ্য যে পাঠশালা ৰ মিলন পূৰ ত অবস্থিত অতি দুৰ্বল আন্তঃগাঁঠনি ৰ জাতীয় বিদ্যালয় ৰ এক অতি সাধাৰণ পৰিবেশ ৰ পৰা উদিপ্ত ই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে l স্বাভাৱিকতে ই উদিপ্ত ৰ এই সাফল্য ত বিদ্যালয়খন ত এক উখল মাখল পৰিৱেশ উদ্ভৱ হৈছে অাৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অাৰু শিক্ষক তথা অভিভাৱক সকলে উদিপ্ত ক লৈ পাঠশালা ৰ ৰাজপথত এক সাফল্যৰ সমদল উলিয়ায় l

Conclusion:বাইট- উদীপ্ত
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.