ETV Bharat / state

বৰপেটাৰোডত দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক - barpeta truck hijack news

সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা চাহপাত ভৰ্তি এখন ট্ৰাক হাইজেক কৰা এজন দুৰ্ধৰ্ষ ডকাইতক সৰভোগ আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিবলৈ সক্ষম হৈছে ৷ ট্ৰাক হাইজেক কৰি আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ ডকাইত জনৰ নাম মনছেৰ আলী ৷

দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক
author img

By

Published : Nov 24, 2019, 4:43 PM IST

বৰপেটাৰোড, 24 নবেম্বৰ: 25 অক্টোবৰত সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা WB 23C 9188 নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক ছজনীয়া ডকাইতৰ দল এটিয়ে হাইজেক কৰি নিছিল ৷ এই কথা জনাই সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে ৷ হাইজেক কৰা ট্ৰাকখন উদ্ধাৰৰ বাবে সৰভোগ আৰক্ষীয়ে সেই দিনাৰ পৰাই অভিযান অব্যাহত ৰাখিছিল যদিও অৱশেষত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে সফলতা অৰ্জন কৰিছে ৷ ট্ৰাক হাইজেক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীক(২৪) শনিবাৰে নিশা ৰহা গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত জনে আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে এই ট্ৰাক হাজেকৰ ঘটনাৰ লগত আন পাচঁজন দুৰ্ধৰ্ষ ডকাইত জৰিত আছে ৷ সেই দুৰ্ধৰ্ষ ডকাইত কেইজন হল ৰফিক মোল্লা, চিৰাজ আলী, নুৰ মহম্মদ খান, নুৰ ইছলাম আৰু আয়নাল ওৰফে ছাদ্দাম ৷

দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক
ইতিমধ্যে, সৰভোগ আৰক্ষীয়ে ৰফিক মোল্লা নামৰ দুৰ্ধৰ্ষ ডকাইতটোক কৰায়ত্ত কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷ আটক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ মোবাইলত ট্ৰাক হাইজেক কৰাৰ যথেষ্ট প্ৰমাণ লাভ কৰিছে সৰভোগ আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা নিশা সৰভোগ আৰক্ষীয়ে কৰায়ত্ত কৰা এই গৰাকী দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ আজি বিবাহৰ দিন আছিল ৷

Intro:বৰপেটাৰোড 24 নবেম্বৰ : সৰভোগৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা চাহপাত ভৰ্তি এখন ট্ৰাক হাইজেক কৰা এজন দুৰ্ধৰ্ষ ডকাইতক সৰভোগ আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিবলৈ সক্ষম হৈছে ৷ ট্ৰাক হাইজেক কৰি আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ ডকাইত জনৰ নাম মনছেৰ আলী ৷Body:এই দুৰ্ধৰ্ষ ডকাইত জনৰ ঘৰ মাণিকপুৰৰ পূৱ-দক্ষিণআৱাদি গাঁৱত বুলি জানিব পৰা গৈছে ৷ সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে জনোৱা মতে বিগত ২৫ অক্টোবৰত সৰভোগৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা WB 23C 9188 নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক ছজনীয়া ডকাইতৰ দল এটিয়ে হাইজেক কৰি নিছিল ৷ হাইজেক কৰা ট্ৰাকখন উদ্ধাৰৰ বাবে সৰভোগ আৰক্ষীয়ে সিদিনাৰ পৰাই অভিযান অব্যাহত ৰাখিছিল যদিও অৱশেষত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে সফলতা অৰ্জন কৰিছে ৷ ট্ৰাক হাইজেক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীক(২৪) দেওবাৰে নিশা ৰহা গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত জনে আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে এই ট্ৰাক হাজেকৰ ঘটনাৰ লগত আন পাচজন দুৰ্ধৰ্ষ ডকাইত জৰিত আছে ৷ সেই দুৰ্ধৰ্ষ ডকাইত কেইজন হল ৰফিক মোল্লা, চিৰাজ আলী, নুৰ মহম্মদ খান, নুৰ ইছলাম আৰু আয়নাল ওৰফে ছাদ্দাম ৷ ইতিমধ্যে সৰভোগ আৰক্ষীয়ে ৰফিক মোল্লা নামৰ দুৰ্ধৰ্ষ ডকাইত জনক কৰায়ত্ত কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷ আটক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ মোবাইলত ট্ৰাক হাইজেক কৰাৰ যথেষ্ট প্ৰমাণ লাভ কৰিছে সৰভোগ আৰক্ষীয়ে আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা নিশা সৰভোগ আৰক্ষীয়ে কৰায়ত্ত কৰা এই গৰাকী দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ আজি বিবাহৰ দিন আছিল ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.