ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ (20th convocation of Dibrugarh University)। সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীৰ । সমাৰোহ অনুষ্ঠানত মুঠ ২৯,৫২৬ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয় ।
Risk in NHPC Dam: বৰ্ধিত জলস্তৰে লখিমপুৰলৈ মাতিছে বিপদ
ভয়ংকৰ ৰূপত জলস্তৰ বৃদ্ধি হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত (Water level increased in NHPC Dam)৷ পৰিস্থিতি একেই থাকিলে অচিৰেই প্ৰকল্পৰ পৰা উপচি উঠা পানী বাগৰি আহি নামনিত জল প্ৰলয়ৰ সূচনা কৰাৰ সম্ভাৱনাই দেখা দিছে । ইফালে বৃহৎ ফাঁট মেলিছে NHPC অসমৰ নামনি অংশত (Crack in NHPC Dam)।
ৰাজ্যৰ ভিতৰতে মণিপুৰী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ হোজাইৰ সমীৰ সিঙৰ
বোকাৰ মাজৰ পৰা আকৌ উজলিল পদুম ৷ বোকাৰ পদুম হোজাইৰ সমীৰ সিঙে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঐচ্ছিক বিষয় মণিপুৰীত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 92 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় (Sameer Singh scored highest marks in Manipuri subject)৷ যাক লৈ উৎফুল্লিত ছাত্ৰজনৰ লগতে কলেজখনৰ শিক্ষক সমাজ ৷
ছাত্ৰীৰ আত্মহত্যাক লৈ কলগাছিয়াত উত্তেজনা: ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী ৰাইজৰ
এগৰাকী কিশোৰীৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে কলগাছিয়াৰ হালধীয়া গাঁও(Tension swells over teen suicide) । ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে প্ৰেমজনিত কাৰণতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ভণ্ড প্ৰেমিকক ফাঁচীৰ দাবী স্থানীয় ৰাইজৰ ।
কৃত্ৰিম বান ৰোধ কৰাৰ দাবীত আছুৰ প্ৰতিবাদ
এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় মহানগৰ(Flood in Guwahati) । দীৰ্ঘদিনীয়া এই সমস্যা পুৰণৰ দাবীত মঙলবাৰে শতাধিক আছুকৰ্মীয়ে প্ৰতিবাদত কঁপালে গুৱাহাটীৰ আকাশ-বতাহ(Protest demanding prevention of artificial floods) । শীঘ্ৰেই এই সমস্য়া সমাধানৰ দাবী উত্থাপন কৰে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই ।
Road accident at Kaliabor : ফাইনেল পৰীক্ষা দিবলৈ নাপালে মাজুলীৰ ৰাহুলে
ফাইনেল পৰীক্ষালৈ মাজত মাথো তিনিটা দিন বাকী ৷ তাৰ পাচত বহু আশা, বহু সপোন পূৰ হোৱা দিশে ৷ কিন্তু সকলো যেন আজি আধৰুৱা হৈ গ’ল ৷ নিয়তিৰ কাল পৰিহাসত সোমাই অচিন দেশলৈ গ’লগৈ ৰাহুল আৰু তেওঁৰ তিনি বন্ধু (Four person death in a road accident at Kaliabor) ৷
ৰানা কনষ্ট্ৰাকশ্বনৰ কামত অতিষ্ঠ ৰাইজ: দুৰ্ঘটনাগ্ৰস্ত চাউলভৰ্তি ট্ৰাক
গোৱালপাৰা জিলাৰ দেৱোত্তৰ দ্বিতীয় খণ্ডৰ অন্তৰ্গত গাঁৱলীয়া জনবসতি প্ৰধান অঞ্চলত ৰানা কনষ্ট্ৰাকশ্বন নামৰ এটা কোম্পানীৰ কামত অতিষ্ঠ অঞ্চলৰ জনগণ(Rana Constructions in Goalpara) । ৰাজপথ নিৰ্মাণৰ বাবে আলকতৰা গলোৱাৰ ফলত অহৰ্নিশে কোম্পানীৰ পৰা কলা ধোঁৱা আৰু বিষাক্ত গেছ নিৰ্গত হোৱাত যন্ত্ৰণা ভুগিছে ৰাইজে ।
দুষ্কৃতিকাৰীয়ে এশ বছৰ পুৰণি মন্দিৰত পেলাই থৈ গ'ল মৰা কুকুৰ
যি সময়ত মৰাণৰ একাংশ সচেতন যুৱক, সমাজকৰ্মীয়ে মৰাণ নগৰ, মন্দিৰ, নামঘৰ আদি চাফ চিকুণতাৰে এটা সুন্দৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেনে সময়তে এচাম নিকৃষ্ট মনৰ লোকে বস্তাত জাবৰ, জন্তুৰ শ আদি মন্দিৰৰ চৌহদত পেলাই এক কৰ্দয্যময় পৰিৱেশৰ সৃষ্টি কৰিছে (Miscreants throwing garbage at Shiv Mandir of Moran)৷
বোকাখাতৰ ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ: ব্যাহত যাতায়ত ব্যৱস্থা
বোকাখাতত হঠাতে ৰাজপথৰ মাজতে বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ ফলত এখন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে বহুসময় ধৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা (Tree falls on NH37 in Bokakhat)৷
অস্তিত্বৰ সংকটত ঐতিহাসিক ঘূণাসুঁতি
ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and Erosion in Assam)। লখিমপুৰৰ ঘূণাসুঁতিত দেখা গৈছে গৰাখহনীয়া কালৰূপ । নিঃশেষ অঞ্চলটোৰ কেইবাখনো গাঁও ।