৩ দুৰ্নীতিগ্ৰস্ত বিষয়াক নিলম্বন পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ
পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে স্বাস্থ্যমন্ত্ৰীক অপসাৰণ কৰা ভগৱন্ত মানে এইবাৰ পুনৰ অপসাৰণ কৰে ৩ চৰকাৰী বিষয়াক ৷ দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰী মানে অপসাৰণ কৰে বিষয়াকেইগৰাকীক ।
ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন
নোবেলজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন ক'ভিডত আক্ৰান্ত (Amartya Sen Covid Positive)। ইতিমধ্য়ে তেওঁক কলকাতাৰ শান্তি নিকেতনত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে (Admitted for treatment at Shantiniketan in Kolkata)।
পিউ-শ্ব-টিৰ আক্ৰমণত নিহত ভাৰতীয় ব্যৱসায়়ীৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা
ম্যানমাৰৰ জুন্টা চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠন পিউ-শ্ব-টিৰ আক্ৰমণত নিহত হৈছিল এজন অটো চালক আৰু এজন ব্যৱসায়ী ৷ অটো চালক আৰু ব্যৱসায়ীজনৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা ৷
গেৰুৱা ডিব্ৰুগড়ত উপস্থিত মুখ্য়মন্ত্ৰী
দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। সভালৈ আগমন হৈছে ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে উপস্থিত হৈছে ডিব্ৰুগড়ত ।
Viral Video: চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী
চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী উপ-পৰিদৰ্শক । এই সমগ্ৰ দৃশ্য বন্দী হ’ল ম’বাইলৰ কেমেৰাত ৷
নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন
ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে(Japanese encephalitis panic in Assam) । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজনকৈ লোক । নলবাৰীটো দেখা গৈছে এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ(Japanese encephalitis outbreak in Nalbari) । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মুকালমুৱাৰ এজন লোক(Man from Mukalmua suffering from Japanese encephalitis) ।
বুলেট লৈ নগাঁৱৰ ৰাজপথত শিৱ আৰু পাৰ্বতী
বাইকেৰে নগাঁৱলৈ আহিল শিৱ-পাৰ্বতী । পিছে বাইকৰ তেল শেষ হোৱাত কাজিয়াত লিপ্ত হয় শিৱ-পাৰ্বতী । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱ-পাৰ্বতীৰ প্ৰতিবাদ (Protest against price hike)। দুয়োকে চাবলৈ ৰাজপথত ৰাইজৰ ভিৰ ।
চৰকাৰৰ স্ক্ৰেপজ নীতি: সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থা
প্ৰদুষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ নীতি । ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে স্ক্ৰেপজ নীতি ২০২২(Scrap Policy 2022)ত । সেই অনুসৰি ১৫ বছৰৰ অধিক পুৰনি বাহন চলাচলত বাধা আৰোপ কৰিব চৰকাৰে(Government restricts movement of vehicles above 15 years of age) । ইয়াৰ পাছতেই শংকিত হৈ পৰিছে জীপ চাফাৰীৰ লগত জড়িত লোকসকল ।
ভাৰতত নিষিদ্ধ হ'ব পেট্ৰ'ল: নীতিন গাডকাৰী
অহা 5 বছৰত ভাৰতত নিষিদ্ধ হ’ব পেট্ৰ’ল(Petrol will be banned in India after 5 years) ৷ মহাৰাষ্ট্ৰৰ আকোলাত ড৹ পঞ্জাৱৰাও দেশমুখ কৃষি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰে এই বিস্ফোৰক মন্তব্য ৷ অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰদান কৰা হয় 'বিজ্ঞান চিকিৎসক' উপাধি ।
Death body recovered in Dima Hasao: দিয়ুং নৈত মৃতদেহ উদ্ধাৰ
ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত অঘটন। হাফলঙৰ সমীপৰ দিয়ুং নৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ(Death body recovered Halflong in Dima Hasao)।