ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 21, 2022, 11:05 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ(MLA Jignesh Mevani arrested by Assam Police) অসম আৰক্ষীৰ ৷ গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অনুপ কুমাৰ দে’ৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক ।

BJP worker shot dead : দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা

জধানী দিল্লীত বিজেপি কৰ্মীক(BJP worker shot dead in Delhi) হত্যা ৷ বিজেপিৰ 42 বছৰীয়া কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গাজীপুৰ আৰক্ষীয়ে ৷

Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি

অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত । অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি প্ৰযোজ্য হ'ব অসম-অৰুণাচলৰ ক্ষেত্ৰত । অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী ।

নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল

ৰাইজৰ দলৰ বাবে এক সু-খবৰ ৷ অৱশেষত ৰাজনৈতিক দল হিচাপে স্বীকৃতি পালে ৰাইজৰ দলে (Raijor dal recognized as a political party) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণু মণ্ডলৰ

পশ্চিমবংগৰ এটা ৰে’ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গোৱা এটা ভিডিঅ‘ ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি চৰ্চালৈ আহিছিল ৰাণু মণ্ডল ৷ ইয়াৰ পাছতেই টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক নিজৰ ছবিত কণ্ঠদান কৰিবলৈ নিমন্ত্ৰণ কৰিছিল ৷

Assam cabinet decisions: পকী হ’ব ৰাজ্যৰ ১০৮৫ খন কাঠৰ দলং

বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (Assam state cabinet)৷ ৰাজ্যৰ মুঠ ১,০৮৫ খন কাঠৰ দলং পকী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইয়াৰ বাবে কেবিনেটে ৪,৩৬০ কোটি টকা অনুমোদন জনায় ।

71 হাজাৰ টকীয়া এক্টিভাত 15 লাখ টকীয়া পঞ্জীয়ন নম্বৰ

সকলোৰে আছে নিজা নিজা একোটা বিশেষ চখ ৷ নিজৰ চখ পূৰণৰ বাবে মানুহে যিকোনো মূল্য পৰিশোধ কৰিবলৈ সাজু ৷ এনে এক ঘটনা সংঘটিত হৈছে চণ্ডীগড়ত ৷

মহাবিদ্যালয়ৰ ছাত্ৰীলৈ 20 টকীয়া নোট দলিয়াই ৰঙাঘৰৰ আলহী যুৱক

চলন্ত গাড়ীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীলৈ অশ্লীল মন্তব্য যুৱকৰ ৷ ছাত্ৰীলৈ লক্ষ্য কৰি 20 টকীয়া নোট উৰুৱাইছিল যুৱকৰ এটা দলে ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ম’বাইলত ৰেকৰ্ড এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী যুৱককেইজন ৷

অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব ৰিপুন বৰা

অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে কলকাতাত ৰুদ্ধদ্বাৰ বৈঠক ৰিপুন বৰাৰ ৷ মে'ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ কৰাৰ সম্ভাৱনা(Trinamool Congress in Assam ) ।

Government Schools in Assam: শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ ৩১৪ খন প্রাথমিক বিদ্যালয়

এক সমীক্ষা অনুসৰি অসমৰ ৩১৪ খন প্ৰাথমিক বিদ্যালয় শিক্ষক অবিহনে চলি আছে । আনহাতে ৩,৭১৬ খন বিদ্যালয় কেৱল এজন শিক্ষকৰ দ্বাৰা চলি আছে ( Government schools in Assam)। এনে সময়তে অসমৰ চৰকাৰী বিদ্যালয়সমূহ পৰৱৰ্তী দহ বছৰত বন্ধ হৈ যাব পাৰে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে ৷ ইয়ং আছামৰ আহ্বায়কে এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক ৰ’ম দুর্ভাগ্যজনক আখ্যা দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.