ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - Attack by Drug addicts

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 1, 2022, 11:00 AM IST

Encounter in Morigaon : মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

মৰিগাঁৱত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Police encounter in Morigaon) ৷ গুলীবিদ্ধ অপৰাধীৰ নাম আব্দুল চামাদ ৷

Russia Ukraine war : শত্ৰুতা পৰিহাৰ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine war) ৰ মাজতে ৰোমানিয়ান প্ৰধানমন্ত্ৰী নিকোলাই আয়নেল Ciucă ৰ সৈতে বাৰ্তালাপ (PM Modi Speaks to Romania Prime Minister) কৰে ৷ মোডীয়ে ৰোমানিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি (PM Modi thanks Romania PM) পৰৱৰ্তী কেইদিনমানৰ ভিতৰত ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ প্ৰচেষ্টাৰ তদাৰক কৰিবলৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক বিশেষ দায়িত্ব অৰ্পণ কৰা হ’ব বুলি Ciucă ক অৱগত কৰে ৷

Maha Shivratri at Shivadol : শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱৰ উদ্বোধন

শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ (Shivaratri Mahotsav begins in Sivasagar) ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ দ্বাৰা অনুষ্ঠানৰ উদ্বোধন ৷

অসমত হ'ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প : সুশীল চন্দ্ৰ মিশ্ৰ

অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি ৷ দেশৰ ভিতৰতে অসমত স্থাপন হ’ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প (Hydrogen production project to be held in Assam) ৷ এক সংবাদমেলযোগে এই কথা সদৰি কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই ৷

সেনা বাহিনীৰ ঘাটি পৰিদৰ্শন লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰ প্ৰথমটো উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচী সমাপ্ত কৰে লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷ অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰস্থিত সেনা বাহিনীৰ ঘাটিও পৰিদৰ্শন কৰে কামাণ্ডৰগৰাকীয়ে (Rana Pratap Kalita visited Indian army camp)।

অসমত জল জীৱন মিছনৰ কাম-কাজৰ শলাগ কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰীৰ

সোমবাৰে জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ অগ্ৰগতিৰ সন্দৰ্ভত গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাম-কাজ (jal jeevan mission implementation in Assam ) লৈ সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতে ।

Attack by Drug addicts: ৰূপহীহাটত ড্ৰাগছ সেৱনকাৰীৰ তাণ্ডৱ

ৰূপহীহাটৰ শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি । শিঙিমাৰীত ড্ৰাগছ সেৱনকাৰীয়ে আক্ৰমণ কৰে কেইবাজানো লোকক (People attacked by Drug addicts at Rupahihat) ।

Russia Ukraine conflict : ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি নলবাৰীৰ অংশুমান

যুদ্ধ বিধ্বস্ত ইউক্ৰেইন (Russia Ukraine crisis) ৰ পৰা সুকলমে আহি মাতৃভূমি পালেহি নলবাৰীৰ বৰনদ্দীৰ ছাত্ৰ অংশুমান শৰ্মা ৷ ইউক্ৰেইনৰ টাৰ্ণ’পিল নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ এইগৰাকী অংশুমান (Angshuman Sarma in Ukraine return to India) ৷ যুদ্ধৰ সময়ত হোৱা শিহৰণকাৰী প্ৰতিটো ঘটনাৰ বৰ্ণনা কৰি গ’ল অংশুমানে ।

Gunfire incident in Karimganj : গুহাৰ পৰা উদ্ধাৰ বৃহৎ পৰামাণৰ মাৰণাস্ত্ৰ

কৰিমগঞ্জৰ বিনোদিনি গাঁৱৰ গুলিয়াগুলীৰ ঘটনাৰ নতুন মোৰ (Gunfire incident in Karimganj) । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এটা বৃহৎ বাংকাৰসদৃশ গুহা । গোহাৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে গুলী আৰু চোকা অস্ত্ৰ ।

ৰুৰকীৰ গংগানগৰত ডুবিল নাগালেণ্ডৰ একাদশ শ্ৰেণীৰ ছাত্ৰ: উদ্ধাৰ অভিযান অব্যাহত

ৰুৰকীৰ গংগা নগৰত এজন ছাত্ৰ ৰহস্যজনকভাৱে ডুব যোৱাক লৈ তীব্ৰ চাঞ্চল্য (student drowned in Gangnahar) । দেওবাৰৰ পৰা উদ্ধাৰ অভিযান চলাইও সন্ধান নাপালে নাগলেণ্ডৰ ছাত্ৰজনৰ । সোমবাৰেও অব্যাহত উদ্ধাৰ অভিযান।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.